প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তী উপলক্ষে ভাৰত ৰত্ন এম জি ৰামচন্দ্ৰনলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা
পোষ্ট কৰা হৈছে:
17 JAN 2021 11:02AM by PIB Guwahati
জয়ন্তী উপলক্ষে ভাৰত ৰত্ন এম জি ৰামচন্দ্ৰনলৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰত ৰত্ন এমজি ৰামচন্দ্ৰনে বহু লোকৰ অন্তৰত স্থান লাভ কৰিছিল। চলচ্চিত্ৰ বা ৰাজনীতিৰ ক্ষেত্ৰতেই হওঁক, তেওঁ বহুলভাৱে সমাদৃত আছিল। মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত, দৰিদ্ৰতা নিৰ্মূলৰ অৰ্থে তেওঁ বহু প্ৰচেষ্টা গ্ৰহণ কৰিছিল আৰু নাৰী সৱলীকৰণতো গুৰুত্ব প্ৰদান কৰিছিল। জয়ন্তী উপলক্ষে এম জি ৰামচন্দ্ৰনলৈ শ্ৰদ্ধা জনাইছো।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1689586)
অতিথি কক্ষ : 132
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam