ৰেল মন্ত্ৰালয়

ৰেলৱে মন্ত্ৰালয়ে ‘আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ হৈ আছে’ নামৰ এখন পুস্তিকা প্ৰকাশ কৰিছে পুস্তিকাখনত সন্নিবিষ্ট হৈছে ২০২০বৰ্ষৰ ভাৰতীয় ৰেলৱেৰ উল্লেখনীয় সাফল্যসমূহ

ৰেলৱে মন্ত্ৰালয়ৰ ৱেবছাটত পুস্তিকাখন উপলব্ধ হৈছে

Posted On: 30 DEC 2020 1:03PM by PIB Guwahati

ৰেলৱে মন্ত্ৰালয়ে ২০২০ত তেওঁলোকে অৰ্জন কৰা সফলতাসমূহ সাঙুৰি আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ হৈ আছে নামৰ এখন পুস্তিকা প্ৰকাশ কৰিছেপুস্তিকাখনে ২০২০বৰ্ষৰ ভাৰতীয় ৰেলৱেৰ উল্লেখনীয় সাফল্য আৰু পদক্ষেপসমূহ সাঙুৰি লৈছে।

 

ভাৰতীয় ৰেলৱেৰ উল্লেখনীয় সাফল্য আৰু পদক্ষেপসমূহক কেইবাটাও বিশেষ শিৰোনামেৰে পুস্তিকাখনত সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত অন্যতম হলঃ কভিড-১৯ৰ সময়ছোৱাত দেশৰ জীৱনৰেখা, কভিড-১৯ৰ সময়ছোৱাত ৰেলৱেই কঢ়িয়াই সদ্ভাৱনাৰ বাৰ্তা, ৰেল সুৰক্ষা, উন্নত ভৱিষ্যতৰ বাবে আন্তঃগাথনি, নৰ্থইষ্টে সাতভনীক সংযুক্ত কৰিছে, আত্মনিৰ্ভৰ ভাৰত,স্বচ্ছ ৰেল স্বচ্ছ ভাৰত, গ্ৰীণ ৰেলৱে, স্কিলিং ইণ্ডিয়া, ফাষ্ট ট্ৰেক ফ্ৰেইট, কিষাণ ৰেলৰ চলাচলেৰে কৃষকৰ সমৃদ্ধি, যাত্ৰীৰ মুখত হাঁহি বিৰিঙাই ৰখা, প্ৰগতিৰ প্লেটফৰ্ম, বিকাশৰ ৰেল ইত্যাদি।

 

পুস্তিকাখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণ ৰেলৱে মন্ত্ৰালয়ৰ ৱেবছাইটত উপলব্ধঃhttps://indianrailways.gov.in.

 

পুস্তিকাখনৰ ইংৰাজী সংস্কৰণৰ লিংক:-

https://indianrailways.gov.in/English Achievement Booklet RAILWAY__25.12.20.pdf

পুস্তিকাখনৰ হিন্দী সংস্কৰণৰ লিংক:-

https://indianrailways.gov.in/HINDI%20Achievement%20Booklet%20RAILWAY__25.12.20.pdf

*****

DJN/MKV/MS



(Release ID: 1685009) Visitor Counter : 178