প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পণ্ডিত মদনমোহন মালব্যলৈ তেওঁৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 25 DEC 2020 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পণ্ডিত মদন মোহন মালব্যলৈ তেওঁৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, “কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰণেতা তথা বহুমুখী প্ৰতিভাসম্পন্ন মহামান্য পণ্ডিত মদন মোহন মালব্যজীক তেখেতৰ জন্মজয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁ নিজৰ সম্পূৰ্ণ জীৱন সমাজ সংস্কাৰ আৰু ৰাষ্ট্ৰসেৱাৰ প্ৰতি সমৰ্পন কৰিলে। দেশৰ প্ৰতি তেখেতৰ অৱদানে প্ৰজন্মই প্ৰজন্মই প্ৰেৰণা যোগাই যাব।”

 

***********


(रिलीज़ आईडी: 1684610) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam