প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৮ ডিচেম্বৰত ১০০সংখ্যক কিষান ৰে’লৰ ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 26 DEC 2020 7:36PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডি কনফাৰেন্সিংযোগে অহা ২৮ ডিচেম্বৰ ১০০সংখ্যক কিষান ৰেলৰ যাত্রা শুভাৰম্ভ কৰিবসেই দিনা বিয়লি .৩০ বজাত প্রধানমন্ত্রীয়ে পতাকা জোকাৰি এই সেৱা শুভাৰম্ভ কৰিবঅনুষ্ঠান কেন্দ্রীয় কৃষি মন্ত্রী শ্রী নৰেন্দ্র সিং টোমৰ আৰু ৰে’ল মন্ত্ৰী শ্রী পীযূষ গোৱে উপস্থিত থাকিব৷

মহাৰাষ্ট্রৰ ছাংলাৰ পৰা পশ্চিমবংগৰ শালিমাৰ সংযোগী ৰে’লত বিভিন্ন সামগ্ৰীৰ থাকিব৷ ইয়াৰে ভিতৰত ফুলকবি, কেপছিকাম, বন্ধাকবি, কেঁচা জলকীয়া, ছজিনা, পিয়াঁজৰ দৰে পাচলিৰ লগতে আঙুৰ, কমলা, ডালিম, , আপেলৰ দৰে লো থাকিব৷ যাত্রাপথ বিভিন্ন ষ্টেচনত পচনশীল সামগ্ৰীউঠোৱা-নমোৱাৰ ক্ষেত্র কোনো নিষেধাজ্ঞা নাথাকিব৷ ভাৰত ৰকাৰে ফলমূল আৰু শাক-পাচলি পৰিবহনৰ ক্ষেত্র ৰাহসাহায্যৰ পৰিমাণ ৫০ শতাংশ বৃদ্ধি কৰিছে।

কিষাণ ৰে’ল বিষয়ে

ভাৰত প্রথম কিষাণ ৰেসেৱাৰ চলিত বৰ্ষৰ ৭ আগ দেভলালিৰ পৰা দানাপুৰলৈকে শুভাৰম্ভ হৈছিল৷ পাছত সেই সেৱা মোজাফফৰপুৰলৈকে সম্প্রসাৰিত কৰা হয়। এই সেৱা আৰম্ভ হোৱাৰ ফলত কৃষকসকলপৰা ভাল সঁহাৰি পোৱা গৈছে৷ যাৰ বাবে এই সেৱা সপ্তাহ এদিনৰ পৰির্তে তিনিদিনলৈ বৃদ্ধি কৰা হয়।

কিষান ৰেলে দেশজুৰি কৃষি সামগ্ৰীৰ দ্ৰুতি পৰিবহন নিশ্চিত কৰাত অগ্রণী ভূমিকা পালন কৰিছে। ইয়াসমান্তৰালভাৱে পচনশীল সামগ্ৰী সৰবৰাহৰ ক্ষেত্রতো ফলপ্ৰসূ হৈছে।

***

DS/AKJ/DB


(रिलीज़ आईडी: 1684072) आगंतुक पटल : 213
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam