প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এমজি বৈদ্য জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
19 DEC 2020 6:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এমজি বৈদ্য জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰী এমজি বৈদ্য জী এগৰাকী প্ৰখ্যাত লেখক আৰু সাংবাদিক আছিল। তেওঁ দশক দশক ধৰি আৰএছএছলৈ ব্যাপক অৱদান আগবঢ়াইছে। তেওঁ বিজেপিক শক্তিশালী কৰিবলৈও কাম কৰিছিল। তেওঁৰ মৃত্যুত ব্যথিত হৈছো আৰু তেওঁৰ পৰিয়াল তথা অনুগামীসকললৈ সমবেদনা জনাইছো। ওমঃ শান্তি।"
***
DS/SH/MS
(रिलीज़ आईडी: 1682129)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam