প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ভাৰত ম'বাইল সন্মিলন ২০২০ সন্মোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 07 DEC 2020 3:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিচেম্বৰ ২০২০ৰ ৰাতিপুৱা ১০.৪৫ বজাত ভাৰ্চুৱেল ইণ্ডিয়া 'বাইল কংগ্রেছ (আইএমচি)২০২০ৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব ভাৰত চৰকাৰৰ টেলিযোগাযোগ বিভাগ আৰু চেলুলাৰ অপাৰেটৰ এছ'চিয়েচন অৱ ইণ্ডিয়া (COAI) দ্বাৰা আইএমচি ২০২০ৰ আয়োজন কৰা হৈছে এই সন্মিলন ৮ৰ পৰা ১০ ডিচেম্বৰ ২০২০লৈ অনুষ্ঠিত '

 

আইএমচি ২০২০ বিষয়ে

 

আইএমচি ২০২০ৰ  বিষয় হৈছে 'ইনক্লুছিভ ইন'ভেশ্যন - স্মাৰ্ট, সুৰক্ষিত, বহনক্ষম' ইয়াৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীৰ 'আত্মনিৰ্ভৰ ভাৰত', 'ডিজিটেল অন্তৰ্ভুক্তি' আৰু 'বহনক্ষম উন্নয়ন, উদ্যমিতা আৰু উদ্ভাৱন'ৰ দৃষ্টিভংগী প্ৰসাৰত সহায় কৰা বিদেশী আৰু স্থানীয় বিনিয়োগক উত্সাহিত কৰা, টেলিকম আৰু সম্ভাৱনাপূৰ্ণ প্ৰযুক্তি খণ্ডত গৱেষণা আৰু উন্নয়নক উদগনি দিয়াও ইয়াৰ লক্ষ্য

 

আইএমচি ২০২০ত বিভিন্ন মন্ত্ৰালয়, টেলিকম চিইঅ’, বৈশ্বিক চিইঅআৰু ৫জি, কৃত্ৰিম বুদ্ধিমত্তা (এআই), ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি), ডাটা এনালাইটিক্স, ক্লাউড এণ্ড এজ কম্পিউটিং, ব্লকচেইন, চাইবাৰ-সুৰক্ষা, স্মাৰ্ট চিটি আৰু অট'মেশ্যনত ডমেইন বিশেষজ্ঞৰ অংশগ্ৰহণ দেখা যাব

 

 

 ********

DS/AK/KG


(रिलीज़ आईडी: 1679016) आगंतुक पटल : 261
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam