প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আহমেদাবাদৰ জাইডাছ বায়’টেক পার্কৰ পৰিদৰ্শন প্রধানমন্ত্রীৰ

Posted On: 28 NOV 2020 12:45PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে দেশত জাইডাছ কেডিলাই উদ্ভাৱন কৰা ডিএনএভিত্তিক প্ৰতিষেধকৰ বিষয়ে জানিবলৈ আহমেদাবাদৰ জাইডাছ বায়’টেক পার্ক পৰিদৰ্শন কৰে৷

এক টুইটাৰ বার্তাত প্রধানমন্ত্রীয়ে কয়, “দেশত জাইডাছ কেডিলাই উদ্ভাৱন কৰা ডিএনএভিত্তিক প্ৰতিষেধকৰ বিষয়ে জানিবলৈ আহমেদাবাদৰ জাইডাছ বায়’টেক পার্ক পৰিদৰ্শন কৰিলো৷ যিসকলে এই কাম কৰিছে, তেওঁলোকক মই অভিনন্দন জনাইছো। ভাৰত চৰকাৰে তেওঁলোকৰ এই প্ৰচেষ্টাক সক্রিয়ভাৱে সকলো ধৰণৰ সহায় আগবঢ়াইছে। “

 

***

DS/SH/DB



(Release ID: 1676908) Visitor Counter : 171