প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী এফচি কোহলিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
26 NOV 2020 11:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এফচি কোহলিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।এক টুইটত শ্ৰী মোদীয়ে কয়, "তথ্য প্ৰযুক্তিৰ বিশ্বলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে শ্ৰী এফচি কোহলি স্মৰণীয় হৈ ৰ’ব। তথ্য প্ৰযু্ক্তি উদ্যোগত নৱ অন্বেষণ আৰু পাৰদৰ্শিতাৰ সংস্কৃতিক প্ৰতিষ্ঠানগত ৰূপ দিয়াৰ ক্ষেত্ৰত তেওঁ আছিল এগৰাকী আগৰণুৱা ব্যক্তি। তেওঁৰ বিয়োগত মই ব্যথিত। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলো।"
*****
DS/SH/MS
(ৰিলিজ আই ডি : 1676675)
অতিথি কক্ষ : 137
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam