প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৌলানা কল্বে ছাদিকৰৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 25 NOV 2020 2:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অল ইণ্ডিয়া মুছলিম পাৰছনেল ল ব'ৰ্ডৰ উপাধ্যক্ষ মৌলানা কল্বে ছাদিকৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে।

 

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ''অল ইণ্ডিয়া মুছলিম পাৰছনেল ল ব'ৰ্ডৰ উপাধ্যক্ষ মৌলানা কল্বে ছাদিকৰ মৃত্যুত অত্যন্ত দুখ পাইছো। তেওঁ সামাজিক সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ বাবে উল্লেখনীয় প্ৰয়াস কৰিছে। তেওঁৰ পৰিয়ালৰ লোক আৰু শুভাকাংক্ষীৰ প্ৰতি মোৰ সমবেদনা।''

  ******

DS/SH


(रिलीज़ आईडी: 1675618) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam