প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছাৰ ছোটু ৰামজীৰ জন্মদিনত প্রধানমন্ত্রীৰ শ্রদ্ধা নিবেদন

प्रविष्टि तिथि: 24 NOV 2020 2:08PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ছাৰ ছোটু ৰামজীৰ জন্মদিনত তেওঁলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰিছে।

প্রধানমন্ত্রীয়ে কৃষকসকলৰ বাবে তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে আৰু কয় যে ছাৰ ছোটু ৰামজী কেৱল কৃষকসকলৰ অধিকাৰ ৰক্ষাৰ বাবেই সংগ্ৰাম কৰা নাছিল, তেওঁ আছিল শ্রমিক, বঞ্চিত-নিপীড়িতসকলৰ এক শক্তিশালী কণ্ঠ। সমাজৰ উত্থানৰ বাবে তেওঁৰ অৱদান সৰ্বদা স্মৰণীয় হৈ থাকিব।

***

DS/SKS/RD


(रिलीज़ आईडी: 1675552) आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam