প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অহমদ পেটেলৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
25 NOV 2020 9:47AM by PIB Guwahati
অহমদ পেটেলৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "অহমদ পেটেল জীৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁ বহু বছৰে ৰাজহুৱা জীৱনেৰে সংপৃক্ত হৈ থাকি সমাজক সেৱা আগবঢ়াই আহিছে। কংগ্ৰেছ দলক শক্তিশালীকৰণত তীক্ষ্ন বুদ্ধিসম্পন্ন তেওঁৰ ভূমিকা সদায়ে স্মৰণীয় হৈ থাকিব। তেওঁৰ পুত্ৰ ফাইজলৰে বাৰ্তালাপ কৰিছো আৰু সমবেদনা জনাইছো। অহমদ ভাইৰ আত্মাৰ সদগতি কামনা কৰিলো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1675548)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam