প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছথ উত্সৱ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
20 NOV 2020 5:06PM by PIB Guwahati
ছথ উত্সৱ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশবাসীলৈ শুভ কামনা জনায়।
এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে উল্লেখ কৰে যে ‘ছথী মাইয়া’ই সকলোৰে বাবে সুখ, সমৃদ্ধি প্ৰদান কৰাৰ লগতে সূৰ্যদেৱতাৰ জীৱনী শক্তিৰে শক্তিৱন্ত কৰি তোলক।
****
DS/SKS/KB
(रिलीज़ आईडी: 1674596)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam