প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৭ নৱেম্বৰত ব্লুমবার্গ নতুন অর্থনীতি ফ’ৰামৰ তৃতীয় বার্ষিক অধিৱেশনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 17 NOV 2020 12:17PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৭ নৱেম্বৰ বিয়লি ৬.৩০বজাত ব্লুমবার্গ নতুন অর্থনীতি ৰামৰ তৃতীয় বার্ষিক অধিৱেশনত ভাষণ আগবঢ়াব।

২০১৮ চনত শ্ৰীযুত মাইকেল ব্লুমবার্গে ব্লুমবার্গ নতুন অর্থনীতি ফৰাম গঢ় দিছিল। ঐতিহাসিক সন্ধিক্ষণত বিশ্ব অর্থনীতি যিবোৰ গুৰুত্বপূর্ণ প্ৰত্যাহ্বান সন্মুখীন হৈছে সেইবোৰ উপযুক্ত সমাধান উপায় বিচাৰি নেতৃবৃন্দ মাজত আলোচনা ক্ষেত্ৰত এই ফৰামে প্ৰচেষ্টা গ্ৰহণ কৰে। ছিংগাপুৰত প্ৰথম ফৰাম অনুষ্ঠিত হৈছিল। দ্বিতীয় বার্ষিক ফৰাম বেইজিঙত অনুষ্ঠিত হৈছিল। বিশ্ব অর্থনীতি ব্যৱস্থাপনা, ব্যৱসায় বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি, নগৰীকৰণ, মুলধনী বজা, জলবায়ু পৰিৱর্তন আৰু সমন্বয় দৰে বিষয় লৈ এই ৰামত আলোচনা হয়।

’ভিড-১৯ মহামাৰী বাবে এই বছ বিশ্ব অর্থনীতি সংকট সন্মুখীন হৈছে। ৰামত অর্থনীতিৰ পুনৰুত্থান কৰাৰ লগতে ভৱিষ্য কর্মপন্থাক লৈ বিশেষভাৱে আলোচনা হ’ব।

 

***

DS/SH/DB



(Release ID: 1673590) Visitor Counter : 199