প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে তেওঁলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 15 NOV 2020 10:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “ভগৱান বিৰছা মুণ্ডাৰ জয়ন্তীত তেওঁলৈ কোটি কোটি প্ৰণিপাত জনাইছো৷ তেওঁ দুখীয়া লোকসকলৰ প্ৰকৃত নেতা আছিল, যিগৰাকীয়ে শোষিত আৰু বঞ্চিতসকলৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল৷ স্বাধীনতা আন্দোলনত তেওঁৰ অংশগ্ৰহণ আৰু সামাজিক সদ্ভাৱৰ বাবে তেওঁৰ প্ৰচেষ্টাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব৷”

***

DS/SH /DB


(रिलीज़ आईडी: 1673073) आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam