প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
14 NOV 2020 9:34AM by PIB Guwahati
দীপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণলৈ শুভ কামনা জ্ঞাপন কৰিছে।
এক শুভেচ্ছা বাৰ্তাত তেওঁ কয়, “সকলো দেশবাসীলৈ দীপাৱলীৰ আন্তৰিক মংগলকামনা কৰিলো।
আপোনালোক আটাইলৈ শুভ দিৱালী জনালো! এই উত্সৱে সকলোৰে জীৱনক অধিক উজ্জ্বল আৰু সুখময় কৰি তোলক। সকলোৰে সমৃদ্ধি আৰু সুস্থ জীৱন কামনা কৰিলো”।
***
DS/SH/KB
(ৰিলিজ আই ডি : 1672971)
অতিথি কক্ষ : 133
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam