ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লৱেই ইয়াৰ স্বাস্থ্য সেৱা কেন্দ্রসমূহত এইচএমআইএছ প্ৰয়োগ কৰিবলৈ ৰে’লটেল সংস্থাক জড়িত কৰিছে

प्रविष्टि तिथि: 10 NOV 2020 4:29PM by PIB Guwahati

ভাতীয় ৰেৱেই ইয়াৰ স্বাস্থ্য কেন্দ্রসমূহত ভুৱা ৰোগী চিকিৎসা ধৰা পেলোৱা আৰু সমগ্র চিকিৎসা সেৱা ব্যস্থা সুস্থভাৱেৰিচালনা কৰিবৰ বাবে একক কৌশলগত কাঠামো হিচাপোস্পতাল মনেজমেণ্ট ইনফমেশ্যছিষ্টে(এইচএমআইএছ) ৰূপায়ণ বাবে ৰেলটেল কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড(ৰেলটেল)ক দায়িত্ব অৰ্পণ কৰিছেএইচএমআই হৈছে এনে এক সুসংবদ্ধ চিকিৎসা সংক্রান্তীয় তথ্য বিনিময় ব্যস্থা, যাহায়ত ৰেৱেৰ অধীন ১২৫ট স্বাস্থ্য কেন্দ্র আৰু ৬৫০ট ৰো-নির্ণয় কেন্দ্র প্রশাসনিক ব্যস্থা তথা ৰোগীসকলৰ স্বাস্থ্য সেৱা প্রদান সুস্থভাৱেৰিচালনা কৰা সম্ভৱপৰ

 

ৰেৱেৰ হাস্পতাল আৰু ৰো-নির্ণয় কেন্দ্রসমূহত এই আধুনিক ব্যস্থা ৰূপায়ণ বাবে ৰেলটেল আৰু ৰেল মন্ত্রালয়ৰাজত বুজাবুজিৰ চুক্তিপত্র স্বাক্ষৰিত হছে। হাস্পতাল মনেজমেণ্ট ইনফমেশ্যছিষ্টেম সংক্রান্তীয় ছফ্টৱেৰটোটা কেন্দ্রীয় পৰিচালনা ব্যস্থা জৰিয়তে কার্যকৰীৰা

 

এই উপলক্ষে ভাতীয় ৰেল বর্ড অধ্যক্ষ শ্রী ভি কে যাদৱে কয়, ৰেৱে সকলো ক্ষেত্রতেই ডিজিটাইজেশ্য দিশত অগ্রসৈছে আৰুকলোক্ষেত্রতেই পৰিৱর্তন সাধন কৰি কাম কৰি গৈ আছেেওঁ কয়, াস্পতাল মনেজমেণ্ট ইনফমেশ্যছিষ্টেম প্লটফর্মৈতে এক অভিন চিকিৎসা আইডেনটিটি ছিষ্টেমৰ যোগসূত্র গঢ়ি তোলা হ, যাতে সহজতে ৰেৱেৰ হাস্পতাল বা ৰো-নির্ণয় কেন্দ্রসমূহত বৈধ ৰোগীসকলৰ চিহ্নিতক কা সহজ হয়

 

উল্লেখ্য যে, ৰেলটেল সংস্থাটোৱে বিভিন্ন ধৰণৰ তথ্য আৰু যোগাযোগ প্রযুক্তি সংক্রান্তীয় সেৱা আৰুৰামর্শ প্রদান কৰেএই সংস্থাটা চেন্টা সেৱাৰ জৰিয়তে হার্ডৱেৰ, ছফ্টৱেৰ আৰু ডিজিটসেৱা প্রদান লগতে  বিভিন্ন ক্ষেত্রৰামর্শ প্ৰদান কৰা হয়

   

 *****

DJN/KG


(रिलीज़ आईडी: 1671851) आगंतुक पटल : 259
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , English , Urdu , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu , Malayalam