প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 NOV 2020 7:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক অভিনন্দন জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক মই অভিনন্দন জনাইছো৷ দুয়োখন দেশৰ সৈতে দীর্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্কক আৰু অধিক সুদৃঢ় কৰি আপোনাৰ সৈতে একেলগে কাম কৰাৰ বাবে মই আগ্ৰহেৰে বাট চাই ৰ’লো৷”

****

VRRK/SH/DB


(रिलीज़ आईडी: 1670496) आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam