স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ছানডে সংবাদ-৬ ত সকলোলৈকে শাৰদ নৱৰাত্ৰিৰ শুভকামনা জনালে ডঃ হৰ্ষ বৰ্দ্ধনে

‘এই উৎসৱৰ বতৰত উদযাপনৰ পৰিৱৰ্তে দান কৰাত গুৰুত্ব দিয়া উচিত’


‘অনাম উৎসৱৰ সময়ত কৰা অত্যধিক অৱহেলাৰ পৰিণাম ভুগিছে এতিয়া কেৰালাই ’

‘চীনৰ উহানত বিশ্বৰ প্ৰথমটো কভিড-১৯ত আক্ৰান্তৰ ঘটনা ধৰা পৰিছিল’

‘ভাৰতত নভেল কৰ’না ভাইৰাছৰ কোনো পৰিৱৰ্তন চিনাক্ত কৰা হোৱা নাই’

‘বাতৰি কাকতবোৰ সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু নভেল কৰ’না ভাইৰাছ সংক্ৰমণৰ উৎস নহয়’

‘কভিড-১৯ৰ সৈতে সম্পৰ্কিত মৃত্যুৰ প্ৰতিবেদনৰ সঠিক পদ্ধতিবোৰ ৰাজ্যসমূহৰ সৈতে ভাগ বাটোৱাৰা কৰা হৈছে’

‘দেশত মেডিকেল অক্সিজেনৰ কোনোধৰণৰ অভাৱ হোৱা নাই’

‘স্বাস্থ্য মন্ত্ৰালয়ে কভিড পেকেজৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৩৩ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ ১৩৫২ কোটি টকা মোকলাই দিছে’

‘এই মুহূৰ্তত ভাৰতত ইনট্ৰানেজেল কভিড-১৯ ভেকছিনৰ কোনোধৰণৰ চিকিৎসকীয় পৰীক্ষণ চলি থকা নাই’

‘মহিলা বিজ্ঞানীসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ নতুন এছটিআইপি ২০২০ নীতি’

Posted On: 18 OCT 2020 2:15PM by PIB Guwahati

ষষ্ঠ ছানডে সংবাদ অনুষ্ঠান দেওবাৰে েওঁৰ চিয়েল মিডিয়া ব্যবহাকাৰীসকলে কৰা বহু প্রশ্ন উত্তৰ দিয়ে কেন্দ্রীয় স্বাস্থ্য আৰুৰিয়াল কল্যাণ মন্ত্রী ডঃ হর্ষবর্ধননবৰাত্রি উৎসৱৰ বাবে আন্তৰিক শুভকামনানাই হর্ষবর্ধন চিয়েল মিডিয়ােওঁৰ অনুগামীসকলক প্রধানমন্ত্রী জন আন্দোলন আহ্বানক সন্মান জনাবলৈ আৰু উৎসৱৰ সময়ত কভিড অনুকুল আচমানি চলিবলৈ অনুৰোজনায় েওঁ পুনৰবাৰ প্রত্যেককে অনুৰোধ জনাই কয়, ম্পৰাগত পদ্ধতি মানি ঘৰতে প্রিয়জনৈতে উৎস উদযাপন কৰকউৎসৱৰ এই বতৰত আনন্দ উপভোগ কৰাতকৈ দান দিয়াৰ মানসিকতাক প্রাধান্য দি লাগিব বুলি মন্তব্য কৰি হর্ষবর্ধনে কয়,  বিশ্বজুৰি কৰনাৰ বিৰুদ্ধে আমাৰ বাবে যুঁজ দি থকা লাখ লাখ কৰনা যোদ্ধাৰ ওপৰত কভিড-১৯ৰ যি প্ৰভাৱ পৰিছে তাৰ বাবে এইবাৰ মোৰ নিজৰো উৎসৱ উদযাপনৰ উৎসাহ লোপ পাব

 

হর্ষবর্ধন সম্প্রতি কেৰাাত কভিড-১৯ আক্রান্ত সংখ্যা বৃদ্ধি পোৱা সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী প্রকাশ কৰি কয়, যোৱা ৩০ জানুৱাৰীৰ পৰা ১৩মেৰ ভিতৰত ৰাজ্যখনত কভিডত আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ ৪৯৯জন আৰু মৃত্যু হৈছিল ২জন লোকৰ। তেওঁ দুখ প্ৰকাশ কৰি কয়, এই ৰাজ্যখনত শেহতীয়াভাৱে নাম উৎসৱৰ সময় দেখুওৱা চৰম অৱহেলাৰ পৰিণাম এতিয়া ভোগ কৰিব লগা হৈছেএই সন্দৰ্ভত তেওঁ কয়, কেৰালাৰ এই সাম্প্রতিক ঘটনা উৎসৱৰ বতৰত উপযুক্ত পৰিকল্পনাৰ ক্ষেত্ৰত অৱহেলা কৰাকলো ৰাজ্য চৰকাৰক এক উপযুক্ত শিক্ষা দিছে।

 

ভেলনা ভাইৰাছ চীন লগতে বিশ্বৰ একাধিক দেশত একে সময়তে বিয়পি পৰাি চীনে ি দাবৰিছে   হর্ষবর্ধন সেই সন্দৰ্ভতেওঁৰ প্ৰতিক্ৰিয়া প্রকাশ কৰি কয়, বিশ্ব আন দেশত এই ভাইৰাছৰ উৎপত্তি হোৱাৰ কোনো তথ্য নাই। েওঁ ৰু কয়, চীন উহান কনা ভাইৰাছৰ প্রথম সংক্রমণ ঘটনা বাবে সমগ্ৰ বিশ্বজুৰি  পৰিচিত হৈ ৰব।

 

জাৰত চীন নিৰ্মিত অক্সিমিটাৰৰ পয়োভৰ সম্পর্কে আন এ প্রশ্ন উত্তৰত হর্ষবর্ধন কয়, জাৰৰ পৰা বা অনলাইন পালছ্ অক্সিমিটািনাৰ সময় গ্রাহক চাব লাগিব যে ই আইএছঅ নাইবা আইইচি হলমাৰ্কযুক্ত হয় নে নাই।

 

তেওঁ আৰু কয় যে  বৰ্তমান পর্যন্ত কনা ভাইৰাছৰ গঠনগত কোনোৰিবর্তন ভাৰতত দেখা পোৱা নাই

 

যোৱা খণ্ডৰ ছানডে সংবাদ এক প্রশ্ন আঁতৰি হর্ষবর্ধনৰ পৰা ৰাজ্যসমূহক দিয়া দ্বিতীয় পর্যায়ৰ কভিড-১৯ অনুদান সম্পৰ্কে জানিব বিচৰা হয়। ইয়াৰ উত্তৰত তেওঁ কয় যে  ইতিমধ্যে ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক কভিড-১৯ পেকেজৰ ধন মুকলি কৰি দিছে। দ্বিতীয় পেকেজত মুকলি কৰা মুঠ ধন হৈছে ১৩৫২ কোটি টকা। দ্বিতীয় পৰ্যায়ত ৩ট কিস্তিত আগষ্ট, ছেপ্টেম্ব আৰু অক্টোব মাহত এই অনুদান মুকলি কৰি দিয়া হৈছে

 

হর্ষবর্ধন সন্তোষ প্রকাশ কৰি কয়, মহামাৰীৰ সময় অনলাইন শিক্ষণ পদ্ধতি ক্ষেত্রতোেওঁৰ মন্ত্রালয়ে বহু পিছ পৰি নাইমেডিকেল কলেজ আৰু চিকিৎসা প্রতিষ্ঠানসমূহত এমবিবিএছৰ ছাত্র-ছাত্রীসকলৰ বাবে অনলাইন ক্লা আয়োজন কৰাছে।

 

হর্ষবর্ধনৰু এক প্রশ্ন উত্তৰত কয়, বাতৰি কাকতৰ পৰানা ভাইৰাছ সংক্রমণ বৰ্তমান পর্যন্ত বৈজ্ঞানিক কোন প্রমাণ নাই সম্পর্কে তেওঁ কয়, মহামাৰীৰ সময়তো নিয়মিত সংবাদপত্র পঢ়াটো ভাইৰাছ সংক্রমণ পৰা সম্পূর্ণ নিৰাপদ।

 

দেশ কভিডজনিত কাৰণত হোৱা মৃত্যুৰ সংখ্যাৰ খেলিমেলি সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয়, ইতিমধ্যে বিষয়টোক লৈকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে আলোচনা কৰা হৈছে। আনকি কভিড-১৯ত মৃত্যু সম্পৰ্কীয় তথ্য আৰু মৃত্যু সম্পৰ্কীয় প্ৰমাণ পত্ৰ জাৰি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় উদ্যোগ লবলৈ ৰাজ্যসমূহক কোৱা হৈছে যাতে ৰাষ্ট্ৰীয় স্তৰত কভিডজনিত মৃত্যুৰ সংখ্যাত স্বচ্ছতা বজাই ৰাখিব পৰা যায়।

 

স্বাস্থ্য মন্ত্রীয়ে আশ্বস্ত কৰি কয়, বর্তমানে দেশ মেডিকেল অক্সিজেন কোনোধৰণৰ ঘাটি হোৱা নাইদেশত দৈনিক ভিত্তিত প্ৰায় ৬হাজাৰ ৪০০মেট্ৰিক টন অক্সিজেন উত্পাদন হৈছে। মহামাৰীজনিত কাৰণত দেশত অক্সিজেনৰ চাহিদা বৃদ্ধি পালে চৰকাৰে উত্পাদন বৃদ্ধি কৰিবলৈ প্ৰস্তুত থকা বুলিও তেওঁ জনায। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে  মেডিকেল অক্সিজেনৰ চাহিদা ওপৰত নজ ৰখাৰ বাবে যি ক্ষমতাপ্রাপ্ত গোষ্ঠী গঠন কৰিছে,  সেইসমূহে অক্সিজেনৰ চাহিদা আৰু যোগান ওপৰত ধাৰাবাহিকভাৱে নজৰ ৰাখি আছেইতিমধ্যে ১ লাখ ২ হাজাৰতকৈও অধিক মেডিকেল অক্সিজেন চিলিণ্ডাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ সৰবৰাহ কৰা হৈছে। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে তৰল মেডিকেল অক্সিজেনৰ দাম স্থিৰ কৰি দিছে। আনকি কভিডৰ চিকিত্সাৰ বাবে অক্সিজেনৰ ন্যায়সংগত ব্যৱহাৰ সম্পৰ্কেও নীতি-নিৰ্দেশনা জাৰি কৰিছে।

 

ডাঃ হর্ষবর্ধন কয়, বর্তমান দেশ কোন ইন্ট্রানেজেকভিড টীকাৰ পৰীক্ষা-নীৰিক্ষা কৰা হোৱা নাই। চিৰাম ইণ্ডিয়া আৰু ভাত বায়োটেক-এ সংশ্লিষ্ট কর্তৃপক্ষ পৰা অনুমতি পোৱাৰ পাছত ধৰণৰকা ক্লিনিকল ট্রায়আৰম্ভৰিবুলি আশাৰাৈছে

 

ডাঃ হর্ষবর্ধনে বিজ্ঞান আৰু প্রযুক্তি তথা ভূ-বিজ্ঞান সম্পৰ্কীয় বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী হিচাপে এক প্ৰশ্নৰ উত্তৰত জনায়, ইতিমধ্যে মুম্বাই আৰু চেন্নাই চহৰৰ বাবে আগন্তুকাৰিষা কালত সতর্কতা ব্যস্থা আৰম্ভৰাছে। অতি শীঘ্র কলকাতা বাবে ৰণৰ সতর্কতামূলক ব্যস্থা আৰম্ভৰা হব বিও তেওঁনায়

 

চিআইআৰ-আইআইপি আৰু গেইল ফালৰ পৰা ডেৰাডুনতি বিশেষ এটা ডিজেল উৎপাদন কেন্দ্র আৰম্ভৰাছে, সে সম্পর্কে ড হর্ষবর্ধন কয়, এই উৎপাদন কেন্দ্র ১ হাজা কেজি বর্জ্য প্লাস্টিকৰ পৰা দৈনিক ভা ষ্টে-৬ গুণমান বিশিষ্ট ৮০০ লিটা ডিজেল উৎপাদন কৰা সম্ভ

 

বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগে যোৱা ছয় বছৰত, বিশেষভাৱে মহিলা বিজ্ঞানীসকলৰ বাবে একাধিক কর্মসূচ আৰম্ভৰিছে বিনাই হর্ষবর্ধন কয়, এই কর্মসূচীসমূহৰ ফল বিজ্ঞানভিত্তিক প্ৰতিস্থানসমূহত নিম্ন পৰ্যায়ত লিংগ সমতাৰ অগ্ৰগতি হৈছে।  আনকি, বিদ্যালয়সমূহত বিজ্ঞান শিক্ষা মহিলাসকলৰ অংশগ্রহণ হাৃদ্ধি হৈছেএকেদৰে, চৰকাৰী গবেষণাগাৰসমূহতো মহিলাসকলৰ আধিক্য ক্রমবর্ধমান।

 

বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্র মহিলাসকলৰ সক্রিয় অংশগ্রহণ আৰুৃদ্ধি কৰাত বিজ্ঞান আৰু প্রযুক্তি বিভাগে ধাৰাবাহিক প্রয়াস চলাই যোৱা বুলি ডাঃ হর্ষবর্ধন পুনৰবাৰ ব্যক্ত কৰে

 

ছানডে সংবাদ ষষ্ঠ খণ্ড চাবলৈ তলৰ লিংকসমূহত ক্লিক কৰক

 

টুইটা : https://twitter.com/drharshvardhan/status/1317730112872226817?s=20

 

 

ফেবুক : https://www.facebook.com/watch/?v=1114364852316144

 

ইউটিউব : https://www.youtube.com/watch?v=OYQw5Q8ISPk

 

ডিএইচভি : http://app.drharshvardhan.com/download

 

 

 

 *****

MV/KG



(Release ID: 1665736) Visitor Counter : 213