বিত্ত মন্ত্ৰালয়
ভোডাফোনৰ মধ্যস্থতা আবেদন সন্দৰ্ভত স্পষ্টীকৰণ বিত্ত মন্ত্ৰালয়ৰ
পোষ্ট কৰা হৈছে:
15 OCT 2020 1:49PM by PIB Guwahati
ভোডাফোন আৰবিট্ৰেচন এৱাৰ্ডত আবেদন নজনোৱাৰ পক্ষত এটোৰ্নী জেনেৰেলে মতামত আগবঢ়োৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু ই কোনো তথ্যৰ ওপৰত আধাৰিত নহয়।
সকলো বিকল্পৰ সৈতে এই এৱাৰ্ড সম্প্ৰতি মন্ত্ৰালয়ৰ বিবেচনাধীন হৈ আছে আৰু এনে পৰীক্ষাৰ ওপৰত ভিত্তি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
****
RM/KMN/MS
(ৰিলিজ আই ডি : 1665048)
অতিথি কক্ষ : 169