প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুণ্যতিথিত ডঃ ৰাম মনোহৰ লোহিয়ালৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য
Posted On:
12 OCT 2020 5:25PM by PIB Guwahati
পুণ্যতিথিত ডঃ ৰাম মনোহৰ লোহিয়ালৈ শ্ৰদ্ধা নিবেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
"গণতন্ত্ৰক শক্তিশালী কৰি তুলিবলৈ জীৱন সমৰ্পন, ভাৱনাক কাৰ্যকৰীকৰণেৰে ওৰেটো জীৱন গণতান্ত্ৰিক প্ৰমূল্যবোধত বিশ্বাসী লোহিয়া জী সমগ্ৰ দেশখনৰ বাবে প্ৰাণ পুৰুষ।
সমাজবাদৰ প্ৰৱৰ্তক, বিচাৰ যাৰ ক্ষমতাৰ উৰ্ধ্বত আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ যাৰ বাবে প্ৰধানতম সেইজন লোহিয়া জীৰ পুণ্য তিথিত কৌটি-কৌটি প্ৰণাম জনাইছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
******************
VRRK/SH/SB
(Release ID: 1663880)
Visitor Counter : 206
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam