প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত তেখেতক সোঁৱৰণ প্ৰধানমন্ত্ৰীৰ
Posted On:
02 OCT 2020 9:11AM by PIB Guwahati
প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তীত তেখেতক সোঁৱৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
"লাল বাহাদুৰ শাস্ত্ৰী জী নম্ৰ আৰু অটল আছিল।
তেখেত সৰলতাৰ প্ৰতিভূ আছিল আৰু আমাৰ ৰাষ্ট্ৰৰ কল্যাণৰ অৰ্থে আত্মোৎসৰ্গা কৰিছিল।
তেখেতৰ জয়ন্তীত তেখেতে ভাৰতৰ বাবে কৰা সকলোখিনিৰ প্ৰতি গভীৰ কৃতজ্ঞচিত্তে আমি সোঁৱৰণ কৰিছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
***
VRRK/SH/SB
(Release ID: 1660944)
Visitor Counter : 164
Read this release in:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam