প্ৰতিৰক্ষা মন্ত্ৰালয়
স্বদেশী বুষ্টাৰ সন্নিৱিষ্ট ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ
পোষ্ট কৰা হৈছে:
30 SEP 2020 2:28PM by PIB Guwahati
স্বদেশী বুষ্টাৰ আৰু এয়াৰফ্ৰেম ছেকচনৰ লগতে আন বহুতো ‘মেড ইন ইণ্ডিয়া’ উপ-প্ৰণালী সন্নিৱিষ্ট ব্ৰাহ্মোছ ক্ষেপনাস্ত্ৰৰ আজি পুৱা ১০.৩০ বজাত উৰিষ্যাৰ বালাছোৰস্থিত আইটিআৰৰ পৰা সফল পৰীক্ষণ সম্পন্ন হয়। স্থানীয় সামগ্ৰীক উদগণি যোগোৱাৰ দিশত এয়া আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এই সফল অভিযানৰ বাবে ডিআৰডিঅ’ৰ সকলো বিষয়া আৰু ব্ৰাহ্মোছ টীমক অভিনন্দন জনাইছে। ডিআৰডিঅ’ৰ অধ্যক্ষ আৰু ডিডি আৰ এণ্ড ডিৰ সচিব ড০ জি.সতীশ ৰেড্ডীয়ে এই সাফল্যৰ বাবে বৈজ্ঞানিক সমূদায় আৰু উদ্যোগক অভিনন্দন জ্ঞাপন কৰিছে।
*******************
(ৰিলিজ আই ডি : 1660487)
অতিথি কক্ষ : 333
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam