ভাৰতীয় নিৰ্বাচন আয়োগ

বিহাৰত খালী হৈ থকা সংসদীয় সমষ্টি আৰু বিভিন্ন ৰাজ্যৰ বিধান সভা সমষ্টিসমূহৰ বাবে অনুষ্ঠিতব্য উপ নিৰ্বাচনৰ সূচী সন্দৰ্ভত

Posted On: 29 SEP 2020 3:38PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে বিহাৰৰ এটা সংসদীয় সমষ্টি আৰু বিভিন্ন ৰাজ্যত খালী হৈ থকা ছাপন্নটা বিধান সভা সমষ্টিৰ আসনৰ বাবে  নিম্নোল্লিখিত সূচী অনুসৰি উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে :

 

ক্ৰমিক নং

ৰাজ্য

সংখ্যা আৰু সংসদীয় সমষ্টিৰ নাম

1.

বিহাৰ

১-বাল্মীকী নগৰ

 

ক্ৰমিক নং

ৰাজ্য

সংখ্যা আৰু বিধান সভা সমষ্টিৰ নাম

  1.  

চত্তিশগড়

২৪-মাৰ্ৱাহী(এছ-টি)

  1.  

গুজৰাট

০১-আবডাছা

  1.  

গুজৰাট

৬১-লিম্বডি

  1.  

গুজৰাট

৬৫-মৰ্বি

  1.  

গুজৰাট

৯৪-ধাৰী

  1.  

গুজৰাট

১০৬-গাধাড়া(এছচি)

  1.  

গুজৰাট

১৪৭-কৰ্জান

  1.  

গুজৰাট

১৭৩-ডংছ(এছ-টি)

  1.  

গুজৰাট

১৮১-কাপ্ৰাড়া(এছ টি)

  1.  

হাৰিয়াণা

৩৩-বৰোডা

  1.  

ঝাৰখণ্ড

১০-ডুমকা(এছ-টি)

  1.  

ঝাৰখণ্ড

৩৫-বেৰ্মো

  1.  

কৰ্ণাটক

১৩৬-সিৰা

  1.  

কৰ্ণাটক

১৫৪-ৰাজৰাজেশ্বৰীনগৰ

  1.  

মধ্য প্ৰদেশ

০৪-জৌৰা

  1.  

মধ্য প্ৰদেশ

৫-সুমাৱলী

  1.  

মধ্য প্ৰদেশ

০৬-মৰেণা

  1.  

মধ্য প্ৰদেশ

৭-ডিমানী

  1.  

মধ্য প্ৰদেশ

৮-আমবাহ(এছচি)

  1.  

মধ্য প্ৰদেশ

১২-মেহগাঁও

  1.  

মধ্য প্ৰদেশ

১৩-গোহাড়(এছচি)

  1.  

মধ্য প্ৰদেশ

১৫-গোৱালিয়ৰ

  1.  

মধ্য প্ৰদেশ

১৬-গোৱালিয়ৰ পূব

  1.  

মধ্য প্ৰদেশ

১৯-ডাব্ৰা(এছচি)

  1.  

মধ্য প্ৰদেশ

২১-ভাণ্ডেৰ(এছচি)

  1.  

মধ্য প্ৰদেশ

২৩-কৰেৰা(এছচি)

  1.  

মধ্য প্ৰদেশ

২৪-পোহাৰী

  1.  

মধ্য প্ৰদেশ

২৮-বামৰী

  1.  

মধ্য প্ৰদেশ

৩২-অশোক নগৰ(এছচি)

  1.  

মধ্য প্ৰদেশ

৩৪-মোংগাওলী

  1.  

মধ্য প্ৰদেশ

৩৭-ছুৰ্খী

  1.  

মধ্য প্ৰদেশ

৫৩-মালহাৰা

  1.  

মধ্য প্ৰদেশ

৮৭-অনুপপুৰ(এছচি)

  1.  

মধ্য প্ৰদেশ

১৪২-শাঁচী(এছচি)

  1.  

মধ্য প্ৰদেশ

১৬১-বিয়ৰা

  1.  

মধ্য প্ৰদেশ

১৬৬-আগৰ(এছচি)

  1.  

মধ্য প্ৰদেশ

১৭২-হাটপিপ্লীয়া

  1.  

মধ্য প্ৰদেশ

১৭৫-মান্ধাতা

  1.  

মধ্য প্ৰদেশ

১৭৯-নাপানগৰ(এছটি)

  1.  

মধ্য প্ৰদেশ

২০২-বাদনাৱাৰ

  1.  

মধ্য প্ৰদেশ

২১১-সানোৱেৰ(এছচি)

  1.  

মধ্য প্ৰদেশ

২২৬-সৱাশ্ৰা

  1.  

মণিপুৰ

৩০-লিলং

  1.  

মণিপুৰ

৩৪-ৱাংজিংতেন্থা

  1.  

নাগালেণ্ড

১৪-ছাউদাৰ্ন আংগামী-১(এছটি)

  1.  

নাগালেণ্ড

৬০-পুংৰু-খিপ্ৰে(এছ-টি)

  1.  

ওড়িশা

৩৮-বালাছোৰ

  1.  

ওড়িশা

১০২-টিৰটোল(এছচি)

  1.  

তেলেংগাণা

৪১-ডুব্বাক

  1.  

উত্তৰ প্ৰদেশ

৪০-নৌগাৱান সড়ট

  1.  

উত্তৰ প্ৰদেশ

৬৫-বুলন্দচহৰ

  1.  

উত্তৰ প্ৰদেশ

৯৫-তুন্দিয়া(এছচি)

  1.  

উত্তৰ প্ৰদেশ

১৬২-বাংগেৰমৌ

  1.  

উত্তৰ প্ৰদেশ

২১৮-ঘটামপুৰ(এছচি)

  1.  

উত্তৰ প্ৰদেশ

৩৩৭-দেউৰিয়া

  1.  

উত্তৰ প্ৰদেশ

৩৬৭-মালহানী

 

 

স্থানীয় উত্সৱ, বতৰৰ অৱস্থা, নিৰাপত্তা বাহিনীসমূহৰ সঞ্চালন, মহামাৰী আদিৰ দৰে বিভিন্ন কাৰকসমূহ সমীক্ষা কৰাৰ পিচত আয়োগে উল্লিখিত আসনসমূহত তলত উল্লেখ কৰা সূচী অনুসৰি উপ নিৰ্বাচন অনুষ্ঠিতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে:

 

ভোটদানৰ আয়োজন

৫৪টা বিধানসভা সমষ্টি(মণিপুৰৰ বাহিৰে)ৰ উপনিৰ্বাচন

বিহাৰৰ এটা্ সংসদীয় সমষ্টি আৰু মণিপুৰৰ দুটা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ সূচী

অধিসূচনা জাৰি কৰাৰ তাৰিখ

09.10.2020

(শুকুৰবাৰ)

13.10.2020

(মঙলবাৰ)

মনোনয়ন দাখিলৰ অন্তিম দিন

16.10.2020

(শুকুৰবাৰ)

20.10.2020

(মঙলবাৰ)

মনোনয়ন পৰীক্ষণৰ দিন

17.10.2020

(শনিবাৰ)

21.10.2020

(বুধবাৰ)

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন

19.10.2020

(সোমবাৰ)

23.10.2020

(শকুৰবাৰ)

ভোটদানৰ তাৰিখ

03.11.2020

(মঙলবাৰ)

07.11.2020

(শনিবাৰ)

ভোট গণনাৰ তাৰিখ

10.11.2020

(মঙলবাৰ)

10.11.2020

(মঙলবাৰ)

নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হবলগীয়া দিন

12.11.2020

(বৃহস্পতিবাৰ)

12.11.2020

(বৃহস্পতিবাৰ)

 

 

 

  1. ভোটাৰ তালিকা

০১-০১-২০২০ তাৰিখত প্ৰকাশিত ভোটাৰ তালিকাৰ আধাৰত উল্লিখিত সমষ্টিসমূহৰ বাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হব।

  1. ইলেক্ট্ৰনিক ভোটিং মেছিন(ইভিএম) আৰু ভিভিপিএটি

উল্লিখিত উপ নিৰ্বাচনসমূহ উনুষ্ঠিত কৰাৰ বাবে পৰ্যাপ্ত সংখ্যক ইভিএম আৰু ভিভিপিএটি উপলব্ধ কৰোৱা হব।

  1. ভোটদাতাৰ চিনাক্তকৰণ

উল্লিখিত উপ নিৰ্বাচনসমূহৰ বাবেও ভোটাৰৰ চিনাক্তকৰণ প্ৰক্ৰিয়া নিয়মীয়া বিধিৰ আধাৰতে সম্পূৰ্ণ কৰাতো বাধ্যতামূলক কৰা হৈছে। ভোটাৰৰ ফটো সম্বলিত পৰিচয় পত্ৰ ইয়াৰ বাবে মূল পৰিচয় জ্ঞাপক নথী বুলি বিবেচিত হব। অৱশ্যে, তলত উল্লেখ কৰা নথীসমূহকো ভোটদাতাৰ পৰিচয় জ্ঞাপক নথী হিচাপে গণ্য কৰা হ :

  1. আধাৰ কাৰ্ড
  2. এমএনৰেগা জব কাৰ্ড
  3. পান কাৰ্ড
  4. বেংক-ডাকঘৰ আদিয়ে প্ৰদান কৰা ফটো-সম্বলিত পাছবুক
  5. শ্ৰম মন্ত্ৰালয়ে প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড
  6. গাড়ী চালকৰ অনুজ্ঞাপত্ৰ
  7. পাৰপত্ৰ
  8. চাকৰিৰ ফটো সম্বলিত পৰিচয় পত্ৰ
  9. এনপিআৰ-ৰ অধীনত আৰজিআই-য়ে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড
  10. ফটো সম্বলিত পেন্সনৰ নথী
  11. সাংসদ/বিধায়ক/বিধান পৰিষদৰ সসদস্যই প্ৰদান কৰা পৰিচয় পত্ৰ
  1. আদৰ্শ আচৰণ বিধি

আয়োগে ২৯ জুন ২০১৭ চনত জাৰি কৰা ৪৩৭-৬-আইএনএছটি-২০১৬-চিচিএছ নং নিৰ্দেশনা অনুযায়ী যিসমূহ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হব সেইসমূহ জিলাৰ জিলাধিপতিয়ে আদৰ্শ নিবাৰ্চনী আচৰণ বিধি জাৰি কৰিব। এই আচৰণ বিধি সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হব।

 

  1. ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মানিবলগীয়া বিধি নিৰ্দ্শনাৱলী

ভিড-১৯ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আয়োগে যোৱা ২১ আগষ্ট,২০২০ ত জাৰি কৰা বিধি-নিৰ্দেশনাৱলী (Annexure-1) মানি চলিব লাগিব। এইসমূহ নিৰ্দেশনা আয়োগৰ ৱেবছাইটতো উপলব্ধ আছে। 

Click here to see the COVID guidelines.

***

 

SBS/MR/AC/KB

 



(Release ID: 1660249) Visitor Counter : 116