প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্বহীদ ভগত সিঙৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

Posted On: 28 SEP 2020 9:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদ ভগত সিঙৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

"ভাৰত মাতাৰ বীৰ সুপুত্ৰ অমৰ শ্বহীদ ভগত সিঙৰ জয়ন্তী উপলক্ষে তেখেতলৈ কৌটি-কৌটি প্ৰণাম জনাইছো। তেখেতৰ বীৰত্ব আৰু পৰাক্ৰমৰ গাঁথাই দেশবাসীক যুগ-যুগান্তৰলৈ অনুপ্ৰাণিত কৰি ৰাখিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

VRRK/KP/SB



(Release ID: 1659693) Visitor Counter : 66