ভাৰতীয় নিৰ্বাচন আয়োগ

শ্ৰী শাৰদ পাৱাৰক আয়কৰৰ জাননী সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ফালৰ পৰা চিবিডিটিক কোনো নিৰ্দেশ দিয়া হোৱা নাই

Posted On: 23 SEP 2020 11:22AM by PIB Guwahati

এক শ্ৰেণীৰ সংবাদ মাধ্যমত এইটো প্ৰচাৰ হৈছে যে নিৰ্বাচনৰ আয়োগৰ নিৰ্দেশত সাংসদ শ্ৰী শাৰদ পাৱাৰক আয়কৰ বিভাগে জাননী জাৰি কৰিছে৷

এই সন্দৰ্ভত স্পষ্ট কৰি দিয়া হৈছে যে শ্ৰী পাৱাৰক জাননী প্ৰেৰণ কৰিবলৈ নিৰ্বাচন আয়োগে চিবিডিটিক কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই৷

***

SBS/DB



(Release ID: 1658463) Visitor Counter : 129