ভাৰতীয় নিৰ্বাচন আয়োগ

এক শ্রেণীৰ সংবাদ মাধ্যমত ভুল বাতৰি প্ৰকাশিত হৈছে

Posted On: 22 SEP 2020 10:22AM by PIB Guwahati

২১ ছেপ্টেম্বৰ, ২০২০ত নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰৰ আদৰণি ভাষণত মুখ্য নির্বাচন আয়ুক্ত সুনীল ৰোৰাৰ বক্তব্যক এক শ্রেণীৰ সংবাদ মাধ্যমে ভুল ব্যাখ্যা কৰা বুলি নির্বাচন আয়োগৰ দৃষ্টিগোচৰ হৈছে৷

 

অনুগ্ৰ কৰি মন কৰিব যে ২১ ছেপ্টেম্বৰ, ২০২০ৰ বিয়লি .৩০ মিনিটত নির্বাচন আয়োগৰৰ প্রেছ বিজ্ঞপ্তিত নির্দিষ্টকৈ কোৱা হৈছে,মুখ্য নির্বাচন আয়োগে উল্লেখ কৰে যে বিহাৰ ভ্ৰমণৰ প্ৰসংগত আয়োগে অহা - দিনৰ ভিতৰত সিদ্ধান্ত ব৷

এএনআইৰ বাতৰি উদ্ধৃত দি যিবোৰ সংবাদ মাধ্যমে তেওঁলোকৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে, সেই সংবাদ মাধ্যমক চৰকাৰী প্রেছ বিবৃতি চাবলৈ অনুৰোধ কৰা হৈছে৷ নির্বাচন আয়োগে কম সময়ৰ ভিতৰতে বিহাৰ ভ্ৰমণ কৰিব, অনুগ্ৰহ কৰি আপোনালোকৰ প্ৰতিবেদনত এই বিষয়টো শুদ্ধৰায় দিব৷

 

অনুগ্ৰহ কৰি মন কৰিব যে আয়োগে বিহাৰ ভ্ৰমণৰ লগত ৰাজ্যখনৰ নির্বাচনৰ তাৰিখ ঘোষণাৰ কোনো সম্পর্ক নাই। এই সন্দৰ্ভত এএনআইৰ বাতৰিৰ সত্যাসত্য নাই৷

******

SBS/MR/AC/DB



(Release ID: 1658120) Visitor Counter : 118