প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহাৰাষ্ট্ৰৰ ভিৱান্দীত অট্টালিকা খহি পৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 SEP 2020 10:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ভিৱান্দীত অট্টালিকা খহি পৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মহাৰাষ্ট্ৰৰ ভিৱান্দীত অট্টালিকা খহি পৰি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ শোকসন্তপ্ত পৰিয়াগবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ ঘটনাস্থলীত উদ্ধাৰকাৰ্য অব্যাহত থকাৰ লগতে পীড়িত লোকসকলক সম্ভাৱ্য সকলোধৰণ সাহায্য আগবঢ়োৱা হৈছে৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1657179) आगंतुक पटल : 219
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam