ৰাষ্ট্ৰপতি সচিবালয়

প্ৰেছ বিজ্ঞপ্তি

प्रविष्टि तिथि: 18 SEP 2020 7:37AM by PIB Guwahati

প্ৰধানমন্ত্রীৰ পৰামর্শ ক্ৰমে ৰাষ্ট্ৰপতিয়ে শ্ৰীমতী হৰছিমৰাত কৌৰ বাদলৰ কেন্দ্রীয় মন্ত্রীসভাৰ পৰা কৰা পদত্যাগ পত্ৰ গ্রহণ কৰে৷ সংবিধানৰ ৭৫নং অনুচ্ছেদৰ(২)ৰ ধাৰাৰ অধীনত এই পদত্যাগ তাক্ষনিকভাৱে কার্যকৰী কৰা হয়৷

তদুপৰিস প্রধানমন্ত্রীৰ পৰামর্শ ক্ৰমে ৰাষ্ট্রপতিয়ে কেবিনেট মন্ত্ৰী শ্ৰী নৰেন্দ্র সিং টোমাৰক খাদ্য সংসাধন উদ্যোগ মন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

****

VRRK/KP/DB


(रिलीज़ आईडी: 1656445) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Malayalam