প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজা পৰ্ব মহোৎসৱ উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
14 JUN 2020 2:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজা পৰ্বৰ বিশেষ মহোৎসৱ উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত তেওঁ কয়, “ৰাজা পৰ্বৰ বিশেষ মহোৎসৱ উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো৷ এই মহোৎসৱে যাতে সমাজৰ আনন্দ আৰু ভাতৃত্ববোধৰ মনোভাৱক শক্তিশালী কৰে, তাকে কামনা কৰিলো৷ মই মোৰ শ্ৰদ্ধাৰ নাগৰিকসকলৰ সু-স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো৷”
****
VRRK/SH/DB
(रिलीज़ आईडी: 1655248)
आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam