পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পিএমইউৱাইৰ অধীনত ৰিফিলৰ চাহিদা

Posted On: 14 SEP 2020 2:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী উজ্বলা যোজনা (পিএমইউৱাই)ৰ অধীনত ৮ কোটি নতুন এলপিজি সংযোগৰ ব্যৱস্থা স্থিৰ কৰা হৈছিল আৰু এই লক্ষ্য ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰাপ্ত হৈছে৷ তেল বিপণন উদ্যোগসমূহে (অ’এমচি) প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা পেকেজৰ অধীনত আগষ্ট ২০২০লৈ পিএমইউৱাই হিতাধিকাৰীসকলক ১৩০৬.৮৭ লাখ এলপিজি আৱণ্টিত কৰিছে৷

অ’এমচিসমূহে  পিএমজিকেপিৰ অধীনত এলপিজি ক্ৰয় কৰাৰ বাবে পিএমইউৱাইৰ হিতাধিকাৰীসমূহলৈ ৯৬৭০.৪১ কোটি টকা স্থানান্তৰিত কৰিছে৷

এই তথ্যসমূহ আজি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লোকসভাত লিখিতৰূপত প্ৰদান কৰে৷

*****

YKB/SK/MANN

 

পৰিশিষ্ট

ৰাজ্য

প্ৰদান কৰা ৰিফিল (এপ্ৰিল- আগষ্ট ২০২০)

চট্টিশগড়

31,71,197

মেঘালয়

1,47,750

অসম

42,61,952

ত্ৰিপুৰা

3,79,414

নাগালেণ্ড

75,654

অৰুণাচল প্ৰদেশ

65,998

মধ্য প্ৰদেশ

98,07,942

লাক্ষাদ্বীৰ

460

ঝাৰখণ্ড

47,15,844

দাদৰা  আৰু নগৰ হাভেলী, দমন ডিউ

22,600

লাডাখ

17,039

গুজৰাট

44,31,673

মণিপুৰ

2,51,990

জম্মু আৰু কাশ্মীৰ

18,36,761

ৰাজস্থান

1,01,62,602

ওড়িশা

77,26,387

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

20,769

কেৰালা

4,78,410

মিজোৰাম

51,690

বিহাৰ

1,44,39,342

তামিলনাডু

58,28,658

তেলেংগানা

17,65,085

গোৱা

2,024

কৰ্ণাটক

54,48,255

উত্তৰ প্ৰদেশ

2,58,12,057

উত্তৰাখণ্ড

7,29,948

পশ্চিমবংগ

1,65,21,610

মহাৰাষ্ট্ৰ

73,24,831

অন্ধ্ৰ প্ৰদেশ

7,33,230

হিমাচল প্ৰদেশ

2,85,947

পুডুচেৰী

30,613

হাৰিয়ানা

14,90,015

ছিক্কিম

21,055

পাঞ্জাৱ

24,33,890

দিল্লী

1,94,869

চণ্ডীগড়

246

মুঠ

13,06,87,807



(Release ID: 1654336) Visitor Counter : 199