স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

অগ্ৰগতিৰ ধাৰা অব্যাহত ৰাখি ভাৰতৰ আৰোগ্যৰ হাৰ ৭৮শতাংশত উপনীত হৈছে

চিকিসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ২৮লাখ অধিক

৫খন সৰ্বাধিক প্ৰভাৱিত ৰাজ্যত মুঠ আক্ৰান্ত ৬০% ৰোগী আছে

Posted On: 14 SEP 2020 11:11AM by PIB Guwahati

ভাৰতত আৰোগ্যৰ অগ্ৰগতিৰ ধাৰাই এক নতুন লক্ষ্যত উপনীত হৈছে৷ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা আৰোগ্যৰ হাৰে ৭৮.০০%ত উপনীত হৈছে, যিটোৱে প্ৰতিদিনে সৰ্বাধিক আৰোগ্যৰ সংখ্যাকে প্ৰতিফলিত কৰিছে৷

বিগত ২৪ ঘণ্টাত ৭৭,৫১৩গৰাকী ৰোগীক ডিছচাৰ্জড দিয়া হৈছে৷ দেশত মুঠ আৰোগ্যৰ সংখ্যা ৩৭,৮০,১০৭জন হৈছে৷ আৰোগ্য আৰু চিকিসাধীন ৰোগীৰ মাজৰ ব্যৱধান ধাৰাবাহিকভাৱে বৃদ্ধি পাই আজি প্ৰায় ২৮ লাখ হৈছে৷

বৰ্তমান দেশত ৯,৮৬,৫৯৮গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছে৷ উল্লেখ্য যে মুঠ আক্ৰান্তৰ ৬০ শতাংশতকৈ অধিক ৰোগী ৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ আৰু তামিলনাডুৰ৷ ইফালে মুঠ আৰোগ্যৰ ৬০শতাংশ লোকে এই পাঁচখন ৰাজ্যৰে৷

WhatsApp Image 2020-09-14 at 10.01.35 AM (1).jpeg

দেশত বিগত ২৪ ঘণ্টাত ৯২,০৭১গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ২২,০০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশত ৯,৮০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-09-14 at 10.01.35 AM.jpeg

ইফালে, বিগত ২৪ ঘণ্টাত দেশত ১,১৩৬গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ এই মৃত্যু হোৱাৰ লোকৰ ৫৩%ই তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰপ্ৰদেশৰ৷ কালি দিনটোত মহাৰাষ্ট্ৰত ৪১৬গৰাকী লোকৰ মৃত্যু হৈছে৷

#

 

 

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম

 

 

 

চিকিসাধীন ৰোগী

নিশ্চিত সংক্ৰমিত লোক

সামূহিক আৰোগ্য/ডিছচাৰ্জড/প্ৰব্ৰজিত ৰোগী

সামূহিক মৃত্যু

 

১৪.০৯.২০২০লৈকে

১৪.০৯.২০২০লৈকে

১৩.০৯.২০২০লৈকে

কালি সলনি কৰা

১৪.০৯.২০২০লৈকে

১৪.০৯.২০২০লৈকে

কালি সলনি কৰা

১৪.০৯.২০২০লৈকে

১৩.০৯.২০২০লৈকে

কালি সলনি কৰা

মুঠ আক্ৰান্ত

৯৮৬৫৯৮

৪৮৪৬৪২৭

৪৭৫৪৩৫৬

৯২০৭১

৩৭৮০১০৭

৩৭০২৫৯৫

৭৭৫১২

৭৯৭২২

৭৮৫৮৬

১১৩৬

মহাৰাষ্ট্ৰ

২৯০৭১৬

১০৬০৩০৮

১০৩৭৭৬৫

২২৫৪৩

৭৪০০৬১

৭২৮৫১২

১১৫৪৯

২৯৫৩১

২৯১১৫

৪১৬

কৰ্ণাটক

৯৯২২২

৪৫৯৪৪৫

৪৪৯৫৫১

৯৮৯৪

৩৫২৯৫৮

৩৪৪৫৫৬

৮৪০২

৭২৬৫

৭১৬১

১০৪

অন্ধ্ৰপ্ৰদেশ

৯৫০৭২

৫৬৭১২৩

৫৫৭৫৮৭

৯৫৩৬

৪৬৭১৩৯

৪৫৭০০৮

১০১৩১

৪৯১২

৪৮৪৬

৬৬

উত্তৰপ্ৰদেশ

৬৮১২২

৩১২০৩৬

৩০৫৮৩১

৬২০৫

২৩৯৪৮৫

২৩৩৫২৭

৫৯৫৮

৪৪২৯

৪৩৪৯

৮০

তামিলনাডু

৪৭০১২

৫০২৭৫৯

৪৯৭০৬৬

৫৬৯৩

৪৪৭৩৬৬

৪৪১৬৪৯

৫৭১৭

৮৩৮১

৮৩০৭

৭৪

তেলংগানা

৩১৫৩৯

১৫০৮০৭

১৪৬৮৯৪

৩৯১৩

১১৮৬৪২

১১৫২৭৯

৩৩৬৩

৬২৬

৬১৬

১০

ওড়িশা

৩১৫০৫

৬৩৯৯১

৬১৭৬৩

২২২৮

৩১৯৩১

২৭৯৭৮

৩৯৫৩

৫৫৫

৫৩৯

১৬

অসম

৩০৫৩২

১৫৮৫১৩

১৫৭০৯৬

১৪১৭

১২৭০০৭

১২৪৫২৮

২৪৭৯

৯৭৪

৯৬১

১৩

চত্তীশগড়

৩০১৪০

১০৮২৭৮

১০৫১৩৯

৩১৩৯

৭৭৬৯৯

৭৫৮৪৪

১৮৫৫

৪৩৯

৪২৫

১৪

১০

কেৰালা

২৮৮১২

২১৮৩০৪

২১৪০৬৯

৪২৩৫

১৮৪৭৪৮

১৮১২৯৫

৩৪৫৩

৪৭৪৪

৪৭১৫

২৯

১১

দিল্লী

২৮১৬১

১৪১৭৬৩

১৪০৪৭১

১২৯২

১১৩১৩৩

১১০৮৮৫

২২৪৮

৪৬৯

৪৫৩

১৬

১২

পশ্চিমবংগ

২৩৬২৪

২০২৭০৮

১৯৯৪৯৩

৩২১৫

১৭৫১৩৯

১৭২০৮৫

৩০৫৪

৩৯৪৫

৩৮৮৭

৫৮

১৩

মধ্যপ্ৰদেশ

২০৪৮৭

৮৮২৪৭

৮৫৯৬৬

২২৮১

৬৫৯৯৮

৬৪৩৯৮

১৬০০

১৭৬২

১৭২৮

৩৪

১৪

হাৰিয়ানা

২০০৭৯

৯৩৬৪১

৯১১১৫

২৫২৬

৭২৫৮৭

৭০৭১৩

১৮৭৪

৯৭৫

৯৫৬

১৯

১৫

পাঞ্জাৱ

১৯৭৮৭

৭৯৬৭৯

৭৭০৫৭

২৬২২

৫৭৫৩৬

৫৫৩৮৫

২১৫১

২৩৫৬

২২৮৮

৬৮

১৬

গুজৰাট

১৭৪৮১

৫৪০৯৬

৫২৪১০

১৬৮৬

৩৫৭৩৭

৩৫২৮৫

৪৫২

৮৭৮

৮৬৪

১৪

১৭

ৰাজস্থান

১৬৬৫৪

১০২৪০৮

১০০৭০৫

১৭০৩

৮৪৫১৮

৮২৯০২

১৬১৬

১২৩৬

১২২১

১৫

১৮

ঝাৰখণ্ড

১৬৪০৭

১১৩৫০০

১১২১৭৪

১৩২৬

৯৩৮৮৩

৯২৬৭৮

১২০৫

৩২১০

৩১৯৫

১৫

১৯

বিহাৰ

১৪৩৩৬

৬১৪৭৪

৬০৪৬০

১০১৪

৪৬৫৮৩

৪৫০৭৪

১৫০৯

৫৫৫

৫৪২

১৩

২০

জম্মু আৰু কাশ্মীৰ (কে. শা. অ)

১৪১১৩

১৫৮২৮৫

১৫৬৭০৩

১৫৮২

১৪৩৩৫০

১৪১৪৯৯

১৮৫১

৮২২

৮০৮

১৪

২১

উত্তৰাখণ্ড

১০৫১৯

৩১৯৭৩

৩০৩৩৬

১৬৩৭

২১০৪০

২০১৫৩

৮৮৭

৪১৪

৪০২

১২

২২

ত্ৰিপুৰা

৭৪২৯

১৯১৬৫

১৮৯১০

২৫৫

১১৫৩৬

১১১৩২

৪০৪

২০০

১৯৪

২৩

গোৱা

৫১৭৩

২৪৫৯২

২৪১৮৫

৪০৭

১৯১২৯

১৮৫৭৬

৫৫৩

২৯০

২৮৬

২৪

পুডুচেৰী

৪৮৭৮

১৯৮৩৩

১৯৪৪৫

৩৮৮

১৪৫৭০

১৪২২৮

৩৪২

৩৮৫

৩৭০

১৫

২৫

হিমাচলপ্ৰদেশ

৩৩৬৪

৯৫৫৫

৯২২৯

৩২৬

৬১১৪

৫৯৬২

১৫২

৭৭

৭৩

২৬

চণ্ডীগড়

২৭২৮

৭৯৯১

৭৫৪২

৪৪৯

৫১৭০

৪৮৬৪

৩০৬

৯৩

৯২

২৭

অৰুণাচলপ্ৰদেশ

১৭৩২

৬১২১

৫৯৭৫

১৪৬

৪৩৭৯

৪২৫৩

১২৬

১০

১০

২৮

মনিপুৰ

১৬৩৮

৭৮৭৫

৭৭৩১

১৪৪

৬১৯১

৬১০২

৮৯

৪৬

৪৫

২৯

মেঘালয়

১৬২৩

৩৭২৪

৩৬১৫

১০৯

২০৭৫

২০২০

৫৫

২৬

২৫

৩০

নাগালেণ্ড

১১৭২

৫০৮৩

৫০৬৪

১৯

৩৯০১

৩৮৩৯

৬২

১০

১০

৩১

লাডাখ (কে.শা.অ)

৮৬৯

৩৩৪৫

৩২৯৪

৫১

২৪৩৬

২৪১৪

২২

৪০

৩৯

৩২

মিজোৰাম

৫৯৮

১৪২৮

১৪১৪

১৪

৮৩০

৮২৩

৩৩

ছিকিম

৫৬৭

২০৮৬

২০৫৫

৩১

১৫০৫

১৫০৩

১৪

১১

৩৪

দমন আৰু দিউ আৰু দাদৰা নগৰ হাভেলী

২৫৫

২৭৪৫

২৭২৫

২০

২৪৮৮

২৪৪৪

৪৪

৩৫

আন্দামান আৰু নিকোবৰ দীপপুঞ্জ

২৫২

৩৫৪৬

৩৫২১

২৫

৩২৪৩

৩২০২

৪১

৫১

৫১

৩৬

লাক্ষাদীপ

 

****

MV/SJ/DB



(Release ID: 1654266) Visitor Counter : 149