স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া স্থিতি

ভাৰতত উচ্চ হাৰত আৰোগ্যৰ লাভৰ গতি অব্যাহত

আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা ৩৭ লাখৰো অধিক

৫খন ৰাজ্যৰ পৰাই দৈনিক আৰোগ্যৰ ৫৮শতাংশ লোক

Posted On: 13 SEP 2020 11:02AM by PIB Guwahati

ভাৰতত প্ৰতিদিনে ৭০,০০০ৰৰো অধিক লোকে আৰোগ্য লাভ কৰাৰ যি গতি আৰম্ভ হৈছিল সেয়া এতিয়াও অব্যাহত আছে। লক্ষ্য নিৰ্দিষ্ট, সমন্বিত, সতৰ্ক তথা প্ৰভাৱশালিতাৰে সম্পন্ন কৰা কভিডৰ আগতীয়া পৰীক্ষণ, তত্কালীন নিৰীক্ষণ আৰু অনুসৰণৰ জৰিয়তে কৰা আক্ৰান্তৰ তত্কালীন চিনাক্তকৰণৰ সৈতে সংগতি ৰাখি মান-সম্পন্ন চিকিত্সা সেৱাৰ সুবাদত এই সাফল্য সম্ভৱ কৰিব পৰা গৈছে।

দেশত শেহতীয়া ২৪ ঘণ্টাত আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছে ৭৮,৩৯৯গৰাকী। ইয়াকে ধৰি এই পৰ্যন্ত সৰ্বমুঠ ৩,৭০২,৫৯৫গৰাকী লোকে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে। শেহীয়া হিচাপত আৰোগ্য লাভৰ শতাংশ হাৰ হল ৭৭.৮৮%

ইফালে দেশত সৰ্বাধিক ভাবে আক্ৰান্ত ৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিল নাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশৰ পৰাই নতুনকৈ আৰোগ্য লাভ কৰা লোকৰ ৫৮%ৰ নাম পঞ্জীভুক্ত হৈছে। এইক্ষেত্ৰত ১৩,০০০গৰাকী আৰোগ্যৰে মহাৰাষ্ট্ৰই তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে। ইয়াৰ পিচত স্থান লাভ কৰিছে এদিনত ১০,০০০ৰৰো অধিক লোকে আৰোগ্য লাভ কৰা অন্ধ্ৰ প্ৰদেশে।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত নতুনৈ আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৯৪,৩৭২ গৰাকী লোক। ইয়াতো সৰ্বাধিক ২২,০০০ৰৰো অধিক আক্ৰান্তৰে মহাৰাষ্ট্ৰই তালিকাৰ শীৰ্ষত স্থান লাভ কৰাৰ বিপৰীতে কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশে প্ৰত্যেকেই ৯০০০কৈ  আক্ৰান্তৰে দ্বিতীয় স্থান দখল কৰিছে।

আটাইতকৈ অধিক ভাবে আক্ৰান্ত ৫খন ৰাজ্যৰ পৰাই নতুনকৈ আক্ৰন্তৰ ৫৭% নাম পঞ্জীয়ণভুক্ত হৈছে। অৱশ্যে এইকেইখন ৰাজ্য পৰাই ৫৮% লোকে আৰোগ্যও লাভ কৰাৰ তথ্য লাভ কৰা গৈছে।

দেশত আজি তাৰিখত সক্ৰিয় কভিড আক্ৰন্তৰ মুঠ সংখ্যা হৈছে ৯,৭৩,১৭৫গৰাকী।

ইয়াৰে মহাৰাষ্ট্ৰত ২,৮০,০০০গৰাকী, কৰ্ণাটকত ৯৭,০০০ৰৰো অধিক লোকৰ নাম পঞ্জীভুক্ত হৈছে।

সক্ৰিয় আক্ৰান্তৰ তালিকাত  অন্তৰ্ভুক্তৰ ৬০%ই পাঁচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ(২৮.৭৯%), কৰ্ণাটক(১০.০৫%), অন্ধ্ৰ প্ৰদেশ(৯.৮৪%), উত্তৰ প্ৰদেশ(৬.৯৮%) আৰু তামিল নাডু(৪,৮৪%)ৰ।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত ১,১১৪গৰাকী লোকে মৃত্যু সাৱটিবলগীয়া হৈছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৩৯১গৰাকী, কৰ্ণাটকৰ ৯৪গৰাকী আৰু তামিল নাডুৰ ৭৬গৰাকী বুলি তথ্য নিশ্চিত কৰা হৈছে।

1.

#

 

 

ৰাজ্য-

কেন্দ্ৰীয় শাসিত অঞ্চল

 

 

 

সক্ৰিয়

আক্ৰান্ত

নিশ্চিত

আক্ৰান্ত

সৰ্বমুঠ আৰোগ্য

হাস্পটাল এৰাৰ সংখ্যা

প্ৰব্ৰজিত ৰোগী

সৰ্ব মুঠ মৃত্যু

                                               

 

13.09.2020

13.09.2020

12.09.2020

কালিৰ পৰা সলনি হোৱা তথ্য

13.09.2020

12.09.2020

কালিৰ পৰা সলনি হোৱা তথ্য

13.09.2020

12.09.2020

কালিৰ পৰা সলনি হোৱা তথ্য

মুঠ আক্ৰান্ত

973175

4754356

4659984

94372

3702595

3624196

78399

78586

77472

1114

1

মহাৰাষ্ট্ৰ

280138

1037765

1015681

22084

728512

715023

13489

29115

28724

391

2

কৰ্ণাটক

97834

449551

440411

9140

344556

334999

9557

7161

7067

94

3

অন্ধ্ৰ প্ৰদেশ

95733

557587

547686

9901

457008

446716

10292

4846

4779

67

4

উত্তৰ প্ৰদেশ

67955

305831

299045

6786

233527

227442

6085

4349

4282

67

5

তামিল নাডু

47110

497066

491571

5495

441649

435422

6227

8307

8231

76

6

চত্তিশ গড়

33246

61763

58643

3120

27978

27123

855

539

519

20

7

তেলেংগাণা

31607

157096

154880

2216

124528

121925

2603

961

950

11

8

ওড়িশা

30999

146894

143117

3777

115279

112062

3217

616

605

11

9

অসম

29133

140471

138339

2132

110885

108329

2556

453

430

23

10

কেৰালা

28870

105139

102254

2885

75844

73900

1944

425

410

15

11

দিল্লী

28059

214069

209748

4321

181295

178154

3141

4715

4687

28

12

পশ্চিম বংগ

23521

199493

196332

3161

172085

169043

3042

3887

3828

59

13

মধ্য প্ৰদেশ

19840

85966

83619

2347

64398

62936

1462

1728

1691

37

14

হাৰিয়াণা

19446

91115

88332

2783

70713

68525

2188

956

932

24

15

পাঞ্জাৱ

19384

77057

74616

2441

55385

53308

2077

2288

2212

76

16

ৰাজস্থান

16582

100705

99036

1669

82902

81970

932

1221

1207

14

17

গুজৰাট

16301

112174

110809

1365

92678

91343

1335

3195

3180

15

18

জম্মু-কাশ্মীৰ

16261

52410

50712

1698

35285

34689

596

864

854

10

19

ঝাৰখণ্ড

14844

60460

59040

1420

45074

43328

1746

542

532

10

20

বিহাৰ

14396

156703

155445

1258

141499

139458

2041

808

797

11

21

উত্তৰাখণ্ড

9781

30336

29221

1115

20153

19428

725

402

388

14

22

ত্ৰিপুৰা

7584

18910

18281

629

11132

10734

398

194

182

12

23

গোৱা

5323

24185

23445

740

18576

18065

511

286

276

10

24

পুডুচেৰী

4847

19445

19026

419

14228

13783

445

370

365

5

25

হিমাচল প্ৰদেশ

3194

9229

8784

445

5962

5839

123

73

71

2

26

চণ্ডীগড়

2586

7542

7292

250

4864

4600

264

92

86

6

27

অৰুণাচল প্ৰদেশ

1712

5975

5825

150

4253

4126

127

10

10

0

28

মণ্পুৰ

1584

7731

7579

152

6102

6002

100

45

44

1

29

মেঘালয়

1570

3615

3447

168

2020

1889

131

25

24

1

30

নাগালেণ্ড

1215

5064

4946

118

3839

3802

37

10

10

0

31

লাডাখ

841

3294

3228

66

2414

2387

27

39

38

1

32

মিজোৰাম

591

1414

1379

35

823

790

33

0

0

0

33

ছিক্কিম

541

2055

2026

29

1503

1486

17

11

8

3

34

দমন আৰু ডিউ, দাদ্ৰা আৰু নগৰহাভেলী

279

2725

2695

30

2444

2413

31

2

2

0

35

আন্দামান আৰু নিকোবৰ

268

3521

3494

27

3202

3157

45

51

51

0

36

লাক্ষা দ্বীপ

0

0

0

0

0

0

0

0

0

0

 

****

MV/SJ/KB


(Release ID: 1653801) Visitor Counter : 205