স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া স্থিতি

আটাইতকৈ শোচনীয় ভাবে প্ৰভাৱিত ৫খন ৰাজ্যতে ভাৰতৰ ৬০শতাংশ আক্ৰন্ত

Posted On: 10 SEP 2020 11:53AM by PIB Guwahati

দেশত শেহতীয়া ২৪ ঘণ্টাত ৯৫,৭৩৫গৰাকী লোক নতুনকৈ কভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হৈছে।

আটাইতকৈ শোচনীয় ভাবে প্ৰভাৱিত ৫খন ৰাজ্যতে দেশৰ ৬০শতাংশ ৰোগী থকাৰ কথা স্পষ্ট হৈছে। এইকেইখন ৰাজ্যৰ ভিতৰত সৰ্বাধিক ২৩,০০০গৰাকী আক্ৰান্ত চিনাক্ত হৈছে মহাৰাষ্ট্ৰত। ইয়াৰ পিচত ১০,০০০গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ।

WhatsApp Image 2020-09-10 at 10.46.22 AM.jpeg

শেহতীয়া তথ্য মতে, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯,১৯,০১৮গৰাকী।

ইফালে, সক্ৰিয় ৰোগীৰ ৭৪শতাংশতকৈয়ো অধিক সংখ্যক আছে ৯খন ৰাজ্যতে। মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশে এই মুহূৰ্তত ৪৯শতাংশ আক্ৰন্তৰ স্বাক্ষৰ বহণ কৰিছে। অৱশ্যে ইয়াৰ মাজতো ২,৫০,০০০ৰৰো অধিক আক্ৰন্তৰে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। ইফালে ৯৭,০০০ৰৰো অধিক আক্ৰান্তৰে কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশে ইয়াৰ পিচতে স্থান লাভ কৰিছে।

WhatsApp Image 2020-09-10 at 10.52.27 AM.jpeg

বিগত ২৪ ঘণ্টাত ১,১৭২গৰাকী লোকে কভিড-ত মৃত্যু বৰণ কৰিবলগীয়া হৈছে। কালিৰে পৰা লাভ কৰা তথ্য মতে মৃতকসকলৰ ৩২শতাংশই মহাৰাষ্ট্ৰৰ। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৩৮০গৰাকী লোকৰ। ইফালে এই সময়চোৱাত কৰ্ণাটকত ১২৮গৰাকী আৰু তামিল নাডুত ৭৮গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

ইফালে, মৃতকসকলৰ ৬৯শতাংশই ৫খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিল নাডু, কৰ্ণাটক, দিল্লী আৰু অন্ধ্ৰ প্ৰদেশৰ।

WhatsApp Image 2020-09-10 at 11.03.42 AM.jpeg

#

 

 

ৰাজ্য/

কেন্দ্ৰীয় শাসিত অঞ্চল

 

 

 

সক্ৰিয় ৰোগী

নিশ্চিত

আক্ৰান্তৰ সংখ্যা

সৰবমুঠ আৰোগ্য/চিকিত্সালয় এৰা ৰোগীৰ সংখ্যা/প্ৰব্ৰজিত ৰোগী

সৰ্বমুঠ

মৃত্যু

 

 

10.09.2020

পৰ্যন্ত

10.09.2020

09.09.2020

কালিৰ পৰা সলনি হোৱা

10.09.2020

09.09.2020

কালিৰ পৰা সলনি হোৱা

10.09.2020

09.09.2020

কালিৰ পৰা সলনি হোৱা

মুঠ ৰোগী

919018

4465863

4370128

95735

3471783

3398844

72939

75062

73890

1172

1

মহাৰাষ্ট্ৰ

253100

967349

943772

23577

686462

672556

13906

27787

27407

380

2

কৰ্ণাটক

99489

421730

412190

9540

315433

308573

6860

6808

6680

128

3

অন্ধ্ৰ প্ৰদেশ

97271

527512

517094

10418

425607

415765

9842

4634

4560

74

4

উত্তৰ প্ৰদেশ

64028

285041

278473

6568

216901

211170

5731

4112

4047

65

5

তামিল নাডু

49203

480524

474940

5584

423231

416715

6516

8090

8012

78

6

তেলেংগাণা

32106

150176

147642

2534

117143

115072

2071

927

916

11

7

ওড়িশা

29255

135130

131382

3748

105295

102185

3110

580

569

11

8

অসম

29166

133066

130823

2243

103504

101239

2265

396

378

18

9

চত্তিশগড়

28041

52932

50114

2818

24414

22792

1622

477

407

70

10

কেৰালা

24616

95917

92515

3402

70917

68863

2054

384

372

12

11

দিল্লী

23773

201174

197135

4039

172763

170140

2623

4638

4618

20

12

পশ্চিম বংগ

23341

190063

186956

3107

162992

160025

2967

3730

3677

53

13

মধ্য প্ৰদেশ

17702

79192

77323

1869

59850

58509

1341

1640

1609

31

14

হাৰিয়াণা

17328

83353

81059

2294

65143

63315

1828

882

854

28

15

পাঞ্জাৱ

17065

69684

67547

2137

50558

49327

1231

2061

1990

71

16

গুজৰাট

16296

108133

106804

1329

88688

87352

1336

3149

3133

16

17

ঝাৰখণ্ড

15726

56897

55296

1601

40659

39362

1297

512

496

16

18

বিহাৰ

15626

152192

150502

1690

135791

134391

1400

775

765

10

19

ৰাজস্থান

15108

95736

94126

1610

79450

77872

1578

1178

1164

14

20

জম্ম-কাশ্মীৰ

12839

47542

45925

1617

33871

33251

620

832

815

17

21

উত্তৰাখণ্ড

8577

27211

26094

1117

18262

17473

789

372

360

12

22

ত্ৰিপুৰা

7086

17252

16717

535

9993

9653

340

173

161

12

23

গোৱা

4833

22251

21630

621

17156

16875

281

262

256

6

24

পুডুচেৰী

4770

18084

17749

335

12967

12581

386

347

337

10

25

হিমাচল প্ৰদেশ

2487

8147

7831

316

5597

5445

152

63

60

3

26

চণ্ডীগড়

2484

6704

6372

332

4140

3960

180

80

78

2

27

মণিপুৰ

1774

7362

7202

160

5548

5480

68

40

39

1

28

অৰুণাচল প্ৰদেশ

1630

5545

5402

143

3906

3723

183

9

9

0

29

মেঘালয়

1355

3197

3076

121

1823

1716

107

19

17

2

30

লাডাখ

778

3142

3102

40

2329

2211

118

35

35

0

31

নাগালেণ্ড

578

4375

4245

130

3787

3739

48

10

10

0

32

ছিক্কিম

553

1989

1958

31

1429

1413

16

7

7

0

33

মিজোৰাম

442

1192

1123

69

750

745

5

0

0

0

34

আন্দামান আৰু নিকোবৰ

297

3426

3392

34

3078

3035

43

51

50

1

35

দমন আৰু দিউ-দাদ্ৰা আৰু নগৰহাভেলী

295

2643

2617

26

2346

2321

25

2

2

0

36

লাক্ষাদ্বীপ

0

0

0

0

0

0

0

0

0

0

 

 

****

MV/SJ/KB


(Release ID: 1652961) Visitor Counter : 179