স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া স্থিতি

আৰোগ্য লাভৰ ক্ষেত্ৰত ভাৰতত দেখা গৈছে অনবদ্য ক্ষীপ্ৰতা

বিগত ২৪ ঘণ্টাত প্ৰায় ৭৫০০০ লোকে লাভ কৰিছে আৰোগ্য

সৰ্বমুঠ আৰোগ্য লাভৰ সংখ্যা প্ৰায় ৩৪ লাখ

Posted On: 09 SEP 2020 11:45AM by PIB Guwahati

বিগত ২৪ ঘণ্টাত ভাৰতত ক’ভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে। এদিনতে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছেগৈ ৰেকৰ্ড সংখ্যক ৭৪,৮৯৪।

এই সংখ্যাৰ জৰিয়তে দেশত এই পৰ্যন্ত ক’ভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছেগৈ ৩৩,৯৮,৮৪৪, অৰ্থাৎ এই পৰ্যন্ত আৰোগ্য লাভৰ হাৰ হৈছে ৭৭.৭৭%। জুলাই মাহৰ তৃতীয় সপ্তাহটোত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা আছিল ১,৫৩,১১৮, তাৰ পৰিৱৰ্তে ২০২০ চনৰ ছেপ্তেম্বৰ মাহৰ প্ৰথমটো সপ্তাহত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪,৮৪,০৬৮ গৰাকী, অৰ্থাৎ সাপ্তাহিক হিচাপতো আৰোগ্য লাভৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

 

 

বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছেগৈ ৮৯,৭০৬ গৰাকী, ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰতে আছে ২০,০০০ গৰাকী ৰোগী, অন্ধ্ৰপ্ৰদেশতো আছে ১০,০০০ তকৈ অধিক ৰোগী। এই নতুনকৈ আক্ৰান্ত ৰোগীৰ ৬০% ই নিম্নোক্ত পাচখন ৰাজ্যৰ -

 

 

সমগ্ৰ দেশতে আজিৰ তাৰিখত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ,৯৭,৩৯৪। ২,৪০,০০০ তকৈও অধিক ৰোগীৰে মহাৰাষ্ট্ৰ আছে শীৰ্ষত, ইফালে ৯৬,০০০ কৈ ৰোগীৰে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ আছে দ্বিতীয় স্থানত। সৰ্বমুঠ চিকিৎসাধীন ৰোগীৰ ৬১% ই আছে পাচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিলনাডুত।

 

 

বিগত ২৪ ঘণ্টাত সৰ্বমুঠ ,১১৫ গৰাকী লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰত ৩৮০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কৰ্ণাটকত ১৪৬ গৰাকী আৰু তামিলনাডুত ৮৭ গৰাকী লোকৰ মৃত্যু হৈছে।

 

#

 

 

ৰাজ্য/কেন্দ্ৰ শাসিত এলেকাৰ নাম

 

 

 

চিকিৎসাধীনৰ সংখ্যা

নিশ্চিত ঘটনা

সৰ্বমুঠ আৰোগ্য / ঘৰলৈ যাবলৈ দিয়া/ নিৰাময় লাভ কৰা সংখ্যা

সৰ্বমুঠ মৃত্যুৰ ঘটনা

 

 

০৯.০৯.২০২০ তাৰিখে

০৯.০৯.২০২০ তাৰিখে

০৮.০৯.২০২০ তাৰিখে

কালিৰ পৰা পৰিৱৰ্তন

০৯.০৯.২০২০ তাৰিখে

০৮.০৯.২০২০ তাৰিখে

কালিৰ পৰা পৰিৱৰ্তন

০৯.০৯.২০২০ তাৰিখে

০৮.০৯.২০২০ তাৰিখে

কালিৰ পৰা পৰিৱৰ্তন

TOTAL CASES

৮৯৭৩৯৪

৪৩৭০১২৮

৪২৮০৪২২

৮৯৭০৬

৩৩৯৮৮৪৪

৩৩২৩৯৫০

৭৪৮৯৪

৭৩৮৯০

৭২৭৭৫

১১১৫

মহাৰাষ্ট্ৰ

২৪৩৮০৯

৯৪৩৭৭২

৯২৩৬৪১

২০১৩১

৬৭২৫৫৬

৬৫৯৩২২

১৩২৩৪

২৭৪০৭

২৭০২৭

৩৮০

কৰ্ণাটক

৯৬৯৩৭

৪১২১৯০

৪০৪৩২৪

৭৮৬৬

৩০৮৫৭৩

৩০০৭৭০

৭৮০৩

৬৬৮০

৬৫৩৪

১৪৬

অন্ধ্ৰপ্ৰদেশ

৯৬৭৬৯

৫১৭০৯৪

৫০৬৪৯৩

১০৬০১

৪১৫৭৬৫

৪০৪০৭৪

১১৬৯১

৪৫৬০

৪৪৮৭

৭৩

উত্তৰ প্ৰদেশ

৬৩২৫৬

২৭৮৪৭৩

২৭১৮৫১

৬৬২২

২১১১৭০

২০৫৭৩১

৫৪৩৯

৪০৪৭

৩৯৭৬

৭১

তামিলনাডু

৫০২১৩

৪৭৪৯৪০

৪৬৯২৫৬

৫৬৮৪

৪১৬৭১৫

৪১০১১৬

৬৫৯৯

৮০১২

৭৯২৫

৮৭

তেলেংগানা

৩১৬৫৪

১৪৭৬৪২

১৪৫১৬৩

২৪৭৯

১১৫০৭২

১১২৫৮৭

২৪৮৫

৯১৬

৯০৬

১০

অসম

২৯২০৬

১৩০৮২৩

১২৮২৪৪

২৫৭৯

১০১২৩৯

৯৯০৭৬

২১৬৩

৩৭৮

৩৭০

উড়িষা

২৮৬২৮

১৩১৩৮২

১২৭৮৯২

৩৪৯০

১০২১৮৫

৯৯৩৯৮

২৭৮৭

৫৬৯

৫৫৬

১৩

চট্টীশগড়

২৬৯১৫

৫০১১৪

৪৭২৮০

২৮৩৪

২২৭৯২

২২১৭৭

৬১৫

৪০৭

৩৯৫

১২

১০

কেৰালা

২৩২৮০

৯২৫১৫

৮৯৪৮৯

৩০২৬

৬৮৮৬৩

৬৬৯৯৭

১৮৬৬

৩৭২

৩৫৯

১৩

১১

পশ্চিমবঙ্গ

২৩২৫৪

১৮৬৯৫৬

১৮৩৮৬৫

৩০৯১

১৬০০২৫

১৫৭০২৯

২৯৯৬

৩৬৭৭

৩৬২০

৫৭

১২

দিল্লী

২২৩৭৭

১৯৭১৩৫

১৯৩৫২৬

৩৬০৯

১৭০১৪০

১৬৮৩৮৪

১৭৫৬

৪৬১৮

৪৫৯৯

১৯

১৩

মধ্যপ্ৰদেশ

১৭২০৫

৭৭৩২৩

৭৫৪৫৯

১৮৬৪

৫৮৫০৯

৫৬৯০৯

১৬০০

১৬০৯

১৫৮৯

২০

১৪

হাৰিয়ানা

১৬৮৯০

৮১০৫৯

৭৮৭৭৩

২২৮৬

৬৩৩১৫

৬১৬১১

১৭০৪

৮৫৪

৮২৯

২৫

১৫

গুজৰাট

১৬৩১৯

১০৬৮০৪

১০৫৫০৯

১২৯৫

৮৭৩৫২

৮৫৯০৭

১৪৪৫

৩১৩৩

৩১২০

১৩

১৬

পঞ্জাৱ

১৬২৩০

৬৭৫৪৭

৬৫৫৮৩

১৯৬৪

৪৯৩২৭

৪৭০২০

২৩০৭

১৯৯০

১৯২৩

৬৭

১৭

ঝাৰখণ্ড

১৫৪৩৮

৫৫২৯৬

৫২৬২০

২৬৭৬

৩৯৩৬২

৩৭৫৫০

১৮১২

৪৯৬

৪৮২

১৪

১৮

বিহাৰ

১৫৩৪৬

১৫০৫০২

১৪৯০২৭

১৪৭৫

১৩৪৩৯১

১৩২১৪৫

২২৪৬

৭৬৫

৭৬১

১৯

ৰাজস্থান

১৫০৯০

৯৪১২৬

৯২৫৩৬

১৫৯০

৭৭৮৭২

৭৬৪২৭

১৪৪৫

১১৬৪

১১৫১

১৩

২০

জম্মু-কাশ্মীৰ (কে.শা.)

১১৮৫৯

৪৫৯২৫

৪৪৫৭০

১৩৫৫

৩৩২৫১

৩২৭৬০

৪৯১

৮১৫

৮০১

১৪

২১

উত্তৰাখণ্ড

৮২৬১

২৬০৯৪

২৫৪৩৬

৬৫৮

১৭৪৭৩

১৭১২৩

৩৫০

৩৬০

৩৪৮

১২

২২

ত্ৰিপুৰা

৬৯০৩

১৬৭১৭

১৬১৩৫

৫৮২

৯৬৫৩

৯৩৪২

৩১১

১৬১

১৫২

২৩

পণ্ডীচেৰী

৪৮৩১

১৭৭৪৯

১৭৩১৬

৪৩৩

১২৫৮১

১২১৩৫

৪৪৬

৩৩৭

৩২৫

১২

২৪

গোৱা

৪৪৯৯

২১৬৩০

২১১৭৩

৪৫৭

১৬৮৭৫

১৬৪২৭

৪৪৮

২৫৬

২৪৫

১১

২৫

চণ্ডীগড়

২৩৩৪

৬৩৭২

৫৯৯৫

৩৭৭

৩৯৬০

৩৭৩৪

২২৬

৭৮

৭৪

২৬

হিমাচল প্ৰদেশ

২৩২৬

৭৮৩১

৭৬৬০

১৭১

৫৪৪৫

৫৩৭০

৭৫

৬০

৫৬

২৭

মণিপুৰ

১৬৮৩

৭২০২

৭১০৬

৯৬

৫৪৮০

৫৩৫৮

১২২

৩৯

৩৮

২৮

অৰুণাচল প্ৰদেশ

১৬৭০

৫৪০২

৫১৮০

২২২

৩৭২৩

৩৫৯৬

১২৭

২৯

মেঘালয়

১৩৪৩

৩০৭৬

৩০৩৪

৪২

১৭১৬

১৫৬০

১৫৬

১৭

১৭

৩০

লাডাখ (কে.শা.)

৮৫৬

৩১০২

৩০৬৪

৩৮

২২১১

২২১১

৩৫

৩৫

৩১

ছিকিম

৫৩৮

১৯৫৮

১৯৩৯

১৯

১৪১৩

১৩৯৬

১৭

৩২

নাগালেণ্ড

৪৯৬

৪২৪৫

৪২২০

২৫

৩৭৩৯

৩৬৮৫

৫৪

১০

১০

৩৩

মিজোৰাম

৩৭৮

১১২৩

১১১৪

৭৪৫

৭৩৫

১০

৩৪

আন্দামান নিকোবৰ দ্বীপপুঞ্জ

৩০৭

৩৩৯২

৩৩৫৯

৩৩

৩০৩৫

২৯৯৭

৩৮

৫০

৫০

৩৫

দমন-ডিউ

২৯৪

২৬১৭

২৫৯০

২৭

২৩২১

২২৯১

৩০

৩৬

লাক্ষাদ্বীপ

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

****

MV/SJ/RD

 



(Release ID: 1652902) Visitor Counter : 158