PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 SEP 2020 6:32PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ক’ভিড-১৯ পৰীক্ষাত ভাৰতৰ অগ্ৰগতি অব্যাহত; বিগত ২৪ ঘণ্টাত ১১. লাখতকৈও অধিক  নমূনা পৰীক্ষা সম্পন্ন

একেদিনাই সৰ্বাধিক প্ৰায় ৭৫,০০০ আৰোগ্যৰ সংখ্যাৰে ভাৰতে ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত ১১. লাখতকৈও অধিক ক’ভিডৰ নমুনা পৰীক্ষা কৰা হয়৷ দৈনিক পৰীক্ষাৰ সক্ষমতা বৃদ্ধিৰে ইতিমধ্যে ১১ লাখৰ সংখ্যা অতিক্ৰম কৰিছে৷ যোৱা ২৪ ঘণ্টাত ১১,৫৪,৫৪৯টা পৰীক্ষা সম্পন্ন কৰাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় ৰোগ চিনাক্তকৰণৰ সক্ষমতাও সুদৃঢ় হৈছে৷ ইয়াৰ ফলত সৰ্বমুঠ পৰীক্ষাৰ সংখ্যাই .১৮ কোটি (,১৮,০৪,৬৭৭)ৰ  সীমা অতিক্ৰম কৰিলে৷ ইফালে, দেশত মৃত্যুৰ হাৰ (বৰ্তমান .৬৯%)লৈহ্ৰাস পাইছে৷ দেশত বৰ্তমান পৰীক্ষাগাৰৰ সংখ্যা ১,৬৭৮টালৈ বৃদ্ধি পাইছে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652562

 

ভাৰতৰ আৰোগ্যৰ অভূতপূৰ্ব অগ্ৰগতি হৈছে, বিগত ২৪ ঘণ্টাত প্ৰায় ৭৫,০০০গৰাকী ৰোগী আৰোগ্য, সৰ্বমুঠ আৰোগ্যৰ সংখ্যা প্ৰায় ৩৪ লাখ হৈছে

বিগত ২৪ ঘণ্টাত ভাৰতৰ আৰোগ্যৰ হাৰে নতুন শিখৰত উপনীত হৈছে৷ এটা দিনতে দেশত ৭৪,৮৯৪গৰাকী ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে সৰ্বমুঠ আৰোগ্যৰ সংখ্যা ৩৩,৯৮,৮৪৪জন হৈছে৷ বৰ্তমান দেশত ভিড ৰোগীৰ আৰোগ্যৰ হাৰ ৭৭.৭৭% হৈছে৷ ইফালে, বিগত ২৪ ঘণ্টাত দেশত ৮৯,৭০৬গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ বৰ্তমান দেশত ৮,৯৭,৩৯৪গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ বিগত ২৪ ঘণ্টাত দেশত ১,১১৫গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652545

 

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩সংখ্যক অধিৱেশনত ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে অংশগ্ৰহণ ড০ হৰ্ষ বৰ্ধনৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে আজিকেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া অঞ্চলৰ ৭৩সংখ্যক অধিৱেশনত ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে অংশগ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ এছইএআৰঅৰ অধ্যক্ষ ড০ পুনম খেট্ৰাপাল সিঙো অনুষ্ঠানত উপস্থিত থাকে। কোভিড-১৯ মহামাৰীৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল প্লেটফৰ্মৰ মাধ্যমেৰে এই দুদিনীয়া অনুষ্ঠান আয়োজন কৰা হয়। থাইলেণ্ড চৰকাৰে বেংককৰ পৰা ৭৩সংখ্যক অধিৱেশন আয়োজন কৰিছে। বিগত অধিৱেশন অনুষ্ঠিত হৈছিল নতুন দিল্লীত।

অধিক বিৱৰণৰ বাবে: https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652610

 

মধ্য প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীৰেস্বনিধি সংবাদআয়োজন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য় প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীসকলৰ সৈতেস্বনিধি সংবাদ ভাগ লয়। ভিড-১৯ৰদ্বাৰা প্ৰভাৱিত হোৱা পদ পথৰ দুখীয়া ব্যৱসায়ীসকলৰ জীৱিকাৰ কাম-কাজৰ পুনৰ আৰম্ভণিত সহায় কৰিবলৈ ভাৰত চৰকাৰখনে জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰিছিল। মধ্য প্ৰদেশৰ . লাখ পদ পথৰ ব্যৱসায়ীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে . লাখ পদ পথৰ ব্যৱসায়ীলৈ ১৪০ কোটি টকা অনুমোদন জনোৱা হৈছে। এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীয়ে পুনৰাই কৰ্মত ধৰিবলৈ পদ পথৰ ব্যৱসায়ীসকলে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ আত্ম-বিশ্বাস, ঐকান্তিকতা আৰু কঠোৰ শ্ৰমৰ শলাগ লয়। মহামাৰীৰ প্ৰভাৱৰ মাজতে . লাখৰো অধিক পদ পথৰ ব্যৱসায়ীক চিনাক্ত কৰি উলিওৱা আৰু মাহৰ ভিতৰতে ইয়াৰে লাখৰো অধিক ব্যৱসায়ীক লোন প্ৰদান কৰিবলৈ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰি তোলাৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে পদপথৰ দোকানীসকলক স্বচ্ছতা বজাই ৰখা আৰু ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধী সকলো পদক্ষেপ বলৈ আহ্বান জনাই কয় যে ইয়াৰ দ্বাৰা তেওঁলোকৰ ব্যৱসায় বৃদ্ধি পাব৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652581

 

মধ্য প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীৰে মত বিনিময় কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণ

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652598

 

১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব প্ৰধানমন্ত্ৰী স্য সম্পদ যোজনা

১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব প্ৰধানমন্ত্ৰী স্য সম্পদ যোজনা৷ প্ৰধানমন্ত্ৰী মোদীয়ে -গোপাল এপ্পএক সৰ্বাঙ্গীনব্ৰীডউন্নয়ন বজাৰ ক্ষেত্ৰ আৰু কৃষকসকলৰ প্ৰত্যক্ষ ব্যৱহাৰৰ বাবে এক তথ্য প’ৰ্টেলো মুকলি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে একেদিনাই কৃষকসকলৰ প্ৰত্যক্ষ ব্যৱহাৰৰ বাবে এক তথ্য পোৰ্টেল তথা সৰ্বাঙ্গীনব্ৰীডউন্নয়নৰ বজাৰ ক্ষেত্ৰ-গোপালএপ্পো মুকলি কৰিব।  প্ৰধানমন্ত্ৰী স্য সম্পদ যোজনা হৈছে দেশত স্য খণ্ডৰ এক দীৰ্ঘম্যাদী আৰু গুৰুত্বপূৰ্ণ উন্নয়ণৰ বাবে আগবঢ়োৱা এক ফ্লেগশ্বিপ আঁচনি। এই আচনিৰ বাবে বিত্তবৰ্ষ ২০২০-২১ পৰা ২০২৪-২৫ বৰ্ষলৈ অৰ্থা বছৰ সময়ছোৱাত ব্যয় কৰিব ২০,০৫০ কোটি টকা। এই ধন আত্মনিৰ্ভৰ ভাৰতৰ অধীনত দেশৰ আটাইকেইখন ৰাজ্য তথা কেন্দ্ৰ শাসিত এলেকাতেই ব্যৱহাৰ কৰা ব। ইয়াৰ ভিতৰত প্ৰায় ১২৩৪০ কোটি টকা সমূদ্ৰতীৰ, আভ্যন্তৰীণ স্য পালন আৰু একুৱাকালচাৰৰ ক্ষেত্ৰত হিতাধিকাৰীভিত্তিক কাৰ্যাৱলীৰ বাবে ব্যৱহাৰ কৰা , আনহাতে ৭৭১০ কোটি টকা ব্যৱহাৰ কৰা ৎস্য পালনৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ কামত।

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652573

 

জিজ্ঞাস কাৰ্যক্ৰমৰ অধীনত ভিড-১৯ক প্ৰতিহতকৰণৰ লক্ষ্যেৰে চিএছআইআৰ-চিএমইআৰআই ৰদ্বাৰা বৈজ্ঞানিক আৰু প্ৰযুক্তিগত হস্তক্ষেপ সন্দৰ্ভত ৱেবিনাৰ

জিজ্ঞাসকাৰ্যক্ৰমৰ অংশ হিচাপে ভিড-১৯ প্ৰতিহত কৰিবলৈ চিএছআইআৰ-চিএমইআৰআই দ্বাৰা বৈজ্ঞানিক আৰু প্ৰযুক্তিগত হস্তক্ষেপ সন্দৰ্ভত ০৮-০৯-২০২০ জম্মু-কাশ্মীৰৰ স্কুল শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষাৰ সহযোগত চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰৰ দ্বাৰা আয়োজন কৰে৷

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652515

 

ভাইৰেল হৈছে খাদীৰ -মাৰ্কেট ৰ্টেল; থলুৱা সামগ্ৰীক সমৰ্থন জনাইছে ভাৰতীয়সকলে

খাদী আৰু গ্ৰামীণ উদ্যোগ আয়োগৰ অনলাইন মাৰ্কেটিং অংশই কেভিআইচি -ৰ্টেলৰ জৰিয়তে সমগ্ৰ ভাৰতৰ কাৰিকৰসকলক তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাত সুবিধা প্ৰদান কৰিছে৷ চলিত বৰ্ষৰ জুলাই তাৰিখে খাদী ফে মাস্কৰ অনলাইন বিক্ৰী মুকলি কৰা হৈছিল আৰু আজি প্ৰায় ১৮০ বিধ সামগ্ৰী এই -মাৰ্কেট প্লেটফৰ্মত উপলব্ধ হৈছে৷ কেভিআইচিৰ সামগ্ৰীসমূহত হাতে বোৱা কাপোৰ যেনে মুছলিন, ছিল্ক, ডেনিম আৰু কটন, ৰিতু বেৰীৰ ইউনিছেক্স বিচাৰ বস্ত্ৰ, খাদীৰ ছিগনেচাৰ হাতৰ ঘড়ী, বিভিন্ন ধৰণৰ মৌ, হাৰ্বেল আৰু গ্ৰীণ টী, হাৰ্বেল ঔষধ আৰু চাবোন, পাপৰ, মিঠাতেল ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে৷ কেভিআইচিয়ে অনলাইন সামগ্ৰীত প্ৰতিদিনে ১০টাকৈ নতুন সামগ্ৰী সংযোজিত কৰি আছে আৰু চলিত বৰ্ষৰ অক্টোবৰলৈ অতি কমেও এহেজাৰটা সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে৷ দুমাহতকৈও কম সময়ৰ ভিতৰতে কেভিআইচিৰ সৈতে প্ৰায় ৪০০০ গ্ৰাহক সংযোজিত হৈছে৷

 

অধিক বিৱৰণৰ বাবে https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1652546

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুটসমূহ

 

  • পাঞ্জাৱঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমিত লোকসকলক সময়মতে চিনাক্তকৰণেৰে মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ পাঞ্জাৱ চৰকাৰে জিলাৰ স্বাস্থ্য কৰ্তৃপক্ষৰ সৈতে এক তালিকা প্ৰস্তুত কৰি সকলো ব্যক্তিগত হাস্পতাল/ক্লিনিক/গৱেষণাগাৰত ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে৷
  • মহাৰাষ্ট্ৰঃ তিনি মাহৰ ভিতৰত প্ৰথমবাৰলৈ মহাৰাষ্ট্ৰত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বৃদ্ধি হাৰ দেশৰ সামগ্ৰিক হাৰতকৈ অধিক হৈছে৷ ৰাষ্ট্ৰীয় হাৰ ২.১৪%ৰ বিপৰীতে মহাৰাষ্ট্ৰত এই হাৰ ২.২১%লৈ বৃদ্ধি পাইছে৷ পূৰ্বতে প্ৰতিদিনে ১০-১২হাজাৰৰ বিপৰীতে এতিয়া এদিনতে ২০,০০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ মহাৰাষ্ট্ৰত বৰ্তমান ২,৪৩,৮০৯গৰাকী ৰোগী আক্ৰান্ত হৈ আছে৷
  • গুজৰাটঃ মঙলবাৰে নিশা বদোদৰা পৌৰ নিগমৰ অধীনস্ত এছএছজি হাস্পতাল অগ্নিকাণ্ডৰ সুত্ৰপাত হয়, য’ত ২৭২গৰাকী ক’ভিড ৰোগী চিকিসাধীন হৈ আছিল৷ ক’ভিড আইছ’লেচন বিল্ডিঙৰ প্ৰথম মহলাৰ আইচিইউ ৱাৰ্ডত শ্বৰ্ট চাৰ্কিৰ বাবে জুইৰ সুত্ৰপাত হয়৷ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই৷
  • ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী গেহলটে চিকিসকৰ পৰামৰ্শমতে এমাহৰ বাবে সকলো বৈঠক বাতিল কৰিছে৷ এই সময়ছোৱাত তেওঁ কেৱল ভিডিঅ’ কনফাৰেন্সযোগে প্ৰশাসনৰ কাম-কাজ তদাৰক কৰিব৷ মুখ্যমন্ত্ৰী আৱাসৰ ৪০গৰাকী কৰ্মচাৰী ক’ভিড পজিটিভ হোৱাৰ পাছতে এই ঘোষণা কৰে৷
  • মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশ চৰকাৰে সমগ্ৰ ৰাজ্যখনৰ ক’ভিড-১৯ পৰীক্ষা বিনামূলীয়া বুলি ঘোষণা কৰিছে৷ শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে৷
  • চত্তীশগড়ঃ ২,৫৪৫গৰাকী লোক নতুনকৈ আক্ৰান্তৰে চত্তীশগড়ত ক’ভিড-১৯ ৰোগীৰ সংখ্যা ৫০,১১৪গৰাকীলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৰাজ্যখনত ২৬,৯১৫গৰাকী লোক চিকিসাধীন হৈ আছে৷ ইয়াৰে প্ৰায় ৪০%ই গ্ৰামাঞ্চলৰ৷
  • অৰুণাচলপ্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২২১গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে এজনৰ মৃত্যু হৈছে৷ অৰুণাচলত বৰ্তমান ১,৬৭০গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত আৰোগ্য হাৰ ৬৯.৪২% আৰু এতিয়ালৈকে ৯জন লোকৰ মৃত্যু হৈছে৷
  • অসমঃ কালিৰ দিনটোত অসমত ২,৫৭৯গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ২,১৬৬গৰাকীক ডিছচাৰ্জ দিয়া হৈছে৷ ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ ভিতৰত ২৯,২০৩গৰাকী ৰোগী চিকিসাধীন হৈ আছে আৰু মুঠ ১,০১২৩৯গৰাকী আৰোগ্য হৈছে৷
  • মনিপুৰঃ মনিপুৰত কালি ৯৬জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২৬জন আৰোগ্য হৈছে৷ মুঠ ১,৬৭৯গৰাকী লোক চিকিসাধীন হৈ থকা মনিপুৰৰ আৰোগ্যৰ হাৰ ৭৬%৷
  • মিজোৰামঃ ৰাজ্যখনত কালি নতুনকৈ ৬৯জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ মুঠ আক্ৰান্ত ১,১৯২গৰাকী ৰোগী ভিতৰত এতিয়ালৈ ৪৪৭জন চিকিসাধীন আৰু ৭৪৫জন আৰোগ্য হৈছে৷
  • নাগালেণ্ডঃ ডিমাপুৰৰ উপায়ুক্তই সামগ্ৰী পৰিবহণ আৰু যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰত সুৰক্ষাজনিত নিৰ্দেশনা জাৰি কৰিছে৷ সামগ্ৰী পৰিবাহী বাহনৰ চালক আৰু হেণ্ডিমেনৰ স্ক্ৰিনিং বাধ্যতামূলক কৰা হৈছে৷ ৰাজ্যখনত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৪,২৪৫লৈ বৃদ্ধি পাইছে৷ ইয়াৰে ভিতৰত ১,৮২৩গৰাকী সেনাবাহনীৰ লোকো আছে৷
  • কেৰালাঃ ৰাজ্যিক স্বাস্থ্য বিভাগে মালাপ্পুৰমস কেছাৰগড, থিৰুৱন্তপুৰম আৰু এৰ্নাকুলাম জিলাত ক’ভিড-১৯ৰ পৰীক্ষাৰ হাৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷ বিভাগৰ তথ্যমতে কান্নুৰ থিৰুৱন্তপুৰম আৰু ক’ঝিকোড়েত ক’ভিড-১৯ত মৃত্যুৰ হাৰ সৰ্বাধিক৷ কালিৰ দিনটোত কেৰালাত পুনৰ ৩,০২৬গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ৰাজ্যখনত বৰ্তমান ২৩,২১৭গৰাকী লোক চিকিসাধীন হৈ আছে৷ চৰকাৰী তথ্যমতে কেৰালাত বৰ্তমানলৈকে ক’ভিড ৩৭২গৰাকী লোকৰ মৃত্যু হৈছে৷
  • তামিলনাডুঃ ৰাইজৰ বিপুল দাবীত বৃহস্পতিবাৰৰ পৰা চেন্নাই মেট্ৰ’ এক্সপ্ৰেছ চলাচলৰ সময় নিশা ৯ বজালৈকে বৃদ্ধি কৰা হৈছে৷ মেট্ৰ’ৰ প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ কাম জুন মাহতে সম্পূৰ্ণ কৰা কথা আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি সদৰি কৰিছে৷ কালি তামিলনাডুত ৫,৬৮৪জন নতুনকৈ আক্ৰান্ত, ৬,৫৯৯জন ডিছচাৰ্জড আৰু ৮৭জন ৰোগীৰ মৃত্যুৰ খবৰ পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ৫০,২১৩গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ৰাজ্যখন এতিয়ালৈকে ৮,০১২গৰাকী ৰোগীৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ উপ-মুখ্যমন্ত্ৰী ড০ চি.এন. অশ্বথ নাৰায়ণে আজি ক’ভিড-১৯ নিৰ্মূল কৰিবপৰা ২২টা সামগ্ৰী মুকলি কৰে৷ ইফালে বিধানসভাৰ অধ্যক্ষই কয় যে ২১ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া বিধানসভা অধিৱেশনত উপস্থিত থাকিবলগীয়া সকলোৱে বাধ্যতামূলক ক’ভিড টেষ্ট কৰাব লাগিব৷
  • অন্ধ্ৰপ্ৰদেশঃ ক’ভিড-১৯ চিকিসা খৰতকীয়া কৰাৰ বাবে ৰাজ্যখনত প্লাজমা দান কাৰ্যসূচী আৰম্ভ কৰা হৈছে৷ ৰাজ্যখনত প্ৰতিগৰাকী প্লাজমা দাতাক ৫,০০০টকাকৈ প্ৰদান কৰা হ’ব৷ বৰ্তমান ৰাজ্যখনত প্ৰায় ৩৭,০০০ গৰাকী প্লাজমা দিবপৰা লোক আছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২,৪৭৯ নতুনকৈ আক্ৰান্ত, ২,৪৮৫ আৰোগ্য আৰু ১০জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ৩১,৬৫৪গৰাকী লোক চিকিসাধীন হৈ আছে৷ ৰাজ্যখনত ক’ভিডত এতিয়ালৈকে ৯১৬গৰাকী ৰোগীৰ মৃত্য হৈছে৷

 

*****

DB



(Release ID: 1652802) Visitor Counter : 162