প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেশৱানন্দ ভাৰতীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ; সামূহিক সেৱাৰ প্ৰতি তেওঁৰ বৰঙণিক স্মৰণ
পোষ্ট কৰা হৈছে:
06 SEP 2020 3:56PM by PIB Guwahati
কেশৱানন্দ ভাৰতী জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "সামূহিক সেৱা আৰু নিপীড়িতসকলক সবলীকৰণৰ ক্ষেত্ৰত পূজ্য কেশৱানন্দ ভাৰতী জীৰ অৱদানৰ বাবে আমি সদায়েই তেওঁক স্মৰণ কৰি থাকিম। ভাৰতৰ সমৃদ্ধ সংস্কৃতি আৰু আমাৰ মহান সংবিধানৰ সৈতে তেওঁৰ সংপৃক্তি আছিল অতিশয় নিবিড়। তেওঁ যুগে-যুগে প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব। ঔম শান্তি।"
***
VRRK/KP/SB
(ৰিলিজ আই ডি : 1651815)
অতিথি কক্ষ : 130
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam