পোষ্ট কৰা হৈছে:
31 AUG 2020 9:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ অ’নাম উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে অ’নামৰ শুভেচ্ছা জনাইছো৷ এয়া এক বিশেষ উৎসৱ, য’ত একতাৰ ভাৱনাক উদযাপন কৰা হয়৷ এয়া আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰো উৎসৱ৷ মই সকলোৰে আনন্দ আৰু সু-স্বাস্থ্য কামনা কৰিলো৷”
***
VRRK/SH/DB