সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰালয়ৰ ২৪x৭ বিনামূলীয়া মানসিক স্বাস্থ্য পুনৰ সংস্থাপন হেল্পলাইনৰ শুভাৰম্ভণি অনুষ্ঠান বাতিল

Posted On: 26 AUG 2020 1:49PM by PIB Guwahati

সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰালয়ে অহা ২৭.০৮.২০২০ত অনলাইনযোগে অনুষ্ঠিত কৰিবলগীয়া ‘কিৰণ’ ২৪x৭ বিনামূলীয়া মানসিক স্বাস্থ্য পুনৰ সংস্থাপন হেল্পলাইন(১৮০০-৫৯৯-০০১৯)ৰ শুভাৰম্ভণি অনুষ্ঠান বাতিল কৰিছে৷ পৰৱৰ্তী সময়ত অনুষ্ঠানৰ নতুন দিন ঘোষণা কৰা হ’ব৷ কাৰ্যসূচী বাতিল কৰাৰ বাবে হ’বলগীয়া যিকোনো অসুবিধাৰ বাবে মন্ত্ৰালয়ে দুখ প্ৰকাশ কৰিছে৷

 

*****

NB/SK/UD/DB



(Release ID: 1648828) Visitor Counter : 141