প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ ৰায়গড়ত অট্টালিকা ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 AUG 2020 10:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মহদত অট্টালিকা ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ মহদত অট্টালিকা ভাগি পৰা ঘটনাক লৈ দুঃখিত হৈছো৷ যিসকল পৰিয়ালে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ দুৰ্ঘটনাস্থলীত স্থানীয় প্ৰশাসন আৰু এনডিআৰএফৰ দলে সম্ভাব্য সকলো ধৰণৰ সাহায্য আগবঢ়াইছে৷”
***
VRRK/SH/DB
(रिलीज़ आईडी: 1648416)
आगंतुक पटल : 257
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam