প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰথম মৃত্যু বাৰ্ষিকীত আজি সুষমা স্বৰাজক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 06 AUG 2020 4:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম মৃত্যু বাৰ্ষিকীত প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰয়াত সুষমা স্বৰাজক স্মৰণ কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰথম পূণ্যতিথিত সুষমা স্বৰাজ জীক স্মৰণ কৰিছো৷ তেওঁৰ অকাল তথা দুৰ্ভাগ্যজনক বিয়োগে বহুতকে মৰ্মাহত কৰিছিল৷ তেওঁ ভাৰতৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱাৰ লগতে বিশ্ব পৰ্যায়ত ভাৰতৰ বাবে এক স্পষ্ট কণ্ঠ আছিল৷

***

VRRK/KP/DB



(Release ID: 1648343) Visitor Counter : 79