প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰীছাইলাম জলবিদ্যুৎ প্ৰকল্পত অগ্নিকাণ্ডত প্ৰাণ হানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
Posted On:
21 AUG 2020 6:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীছাইলাম জলবিদ্যুৎ প্ৰকল্পত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণ হানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰীছাইলাম জলবিদ্যুৎ প্ৰকল্পত সুত্ৰপাত হোৱা অগ্নিকাণ্ডৰ ঘটনা অতি দূৰ্ভাগ্যজনক৷ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷”
***
VRRK/SH/DB
(Release ID: 1647960)
Visitor Counter : 177
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam