পোষ্ট কৰা হৈছে:
20 AUG 2020 8:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছে৷
প্ৰধানমন্ত্ৰীয়ে কয়, “স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছো৷ অন্য চহৰসমূহেও স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে ইয়াৰ পৰা অনুপ্ৰাণিত হ’ব পাৰে৷ এনে প্ৰতিযোগিতামূলক মনোভাৱে স্বচ্ছ ভাৰত অভিযানক শক্তিশালী কৰাৰ লগতে কোটি কোটি লোকক উপকৃত কৰিব৷”
***
VRRK/SH/DB