প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্বচ্ছ সৰ্বেক্ষণ-২০২০ত শীৰ্ষ স্থান অধিকাৰ কৰা চহৰসমূহক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 AUG 2020 8:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, স্বচ্ছ সৰ্বেক্ষণ-২০২০ত যিসমূহ চহৰে শীৰ্ষ স্থান অধিকাৰ কৰিছে, সেই চহৰসমূহক অভিনন্দন জনাইছো৷ অন্য চহৰসমূহেও স্বচ্ছতা সুনিশ্চিত কৰাৰ বাবে ইয়াৰ পৰা অনুপ্ৰাণিত পাৰে৷ এনে প্ৰতিযোগিতামূলক মনোভাৱে স্বচ্ছ ভাৰত অভিযানক শক্তিশালী কৰাৰ লগতে কোটি কোটি লোকক উপকৃত কৰিব৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1647527) आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam