প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মালয়ালম নৱবৰ্ষ উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 17 AUG 2020 12:32PM by PIB Guwahati

মালয়ালম নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

চিংগম মাহৰ আৰম্ভণি উপলক্ষে, প্ৰতিজন লোক, বিশেষতঃ মোৰ মালায়ালী ভগ্নী আৰু ভাতৃসকললৈ শুভেচ্ছা জ্ঞাপন কৰিলো। আগন্তুক বৰ্ষটোৱে যেন সকলোৰে বাবে সফলতা, সু স্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰে মই কামনা কৰিলো”, প্ৰধানমন্ত্ৰীজনে কয়।

***

VRRK / VJ/SB


(रिलीज़ आईडी: 1646526) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam