প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মাষ্টমী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
11 AUG 2020 8:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “জন্মাষ্টমীৰ পবিত্ৰ ক্ষণত সমগ্ৰ দেশবাসীক শুভকামনা জনাইছো৷ জয় শ্ৰীকৃষ্ণ!”
****
VRRK/SH/DB
(ৰিলিজ আই ডি : 1645404)
অতিথি কক্ষ : 166
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada