ৰাষ্ট্ৰপতি সচিবালয়

প্ৰেছ বিজ্ঞপ্তি

प्रविष्टि तिथि: 08 AUG 2020 11:27AM by PIB Guwahati

আজি (৮ আগষ্ট, ২০২০)ৰ পুৱা ১০.৩০ বজাত ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলত অনুষ্ঠিত এটি কাৰ্যসূচীত শ্ৰী গিৰীশ চন্দ্ৰ মুৰ্মুৱে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতিৰ সন্মুখত শপত আৰু এই পদৰ দায়িত্ব গ্ৰহণ কৰে।

শ্ৰী গিৰীশ চন্দ্ৰ মুৰ্মুৱে ২০-১১-২০২৪ লৈকে এই পদত কাৰ্যনিৰ্বাহ কৰিব।

*****

VRRK/KP/SB


(रिलीज़ आईडी: 1644506) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Malayalam