প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
05 JUL 2020 10:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ গুৰু পূৰ্ণিমাৰ শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “দেশবাসীক গুৰুপূৰ্ণিমান বহুত শুভকামনা জনাইছো৷ জীৱনক সাৰ্থক ৰূপ গঢ় দিয়া গুৰুসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ আজি বিশেষ দিন৷ এই উপলক্ষে সকলো গুৰুজনলৈ মোৰ সাদৰ প্ৰণিপাত৷”
***
VRRK/SH/DB
(ৰিলিজ আই ডি : 1636684)
অতিথি কক্ষ : 206
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam