প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ডি ডি নিউজৰ সাপ্তাহিক সংস্কৃত আলোচনী 'বাৰ্তাৱলী'ক প্ৰধানমন্ত্ৰীৰ অভিবাদন

प्रविष्टि तिथि: 04 JUL 2020 3:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃত নিউজ মেগাজিন 'বাৰ্তাৱলী'ক ডি ডি নিউজত ইয়াৰ পাঁচ বছৰৰ ধাৰাবাহিক সম্প্ৰচাৰ সম্পূৰ্ণ হোৱা উপলক্ষে অভিবাদন জনায়। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “देववाणीं संस्कृतभाषां वैश्विके पटले प्रचारप्रसारशिखरासनम् आसादयितुं कृतयत्नस्य डी.डी.न्यूज़-वाहिन्यां प्रसार्यमाणस्य 'वार्तावली'-कार्यक्रमस्य अतुल्यमस्ति योगदानम्। वार्तावल्याः पञ्चवर्षपूर्त्यवसरे संस्कृतकार्यक्रमसम्बद्धान् समस्तान् सदस्यान् दर्शकाँश्च अहं हृदयेन अभिनन्दामि”।

******

 

VRRK/VJ


(रिलीज़ आईडी: 1636521) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam