পোষ্ট কৰা হৈছে:
01 JUL 2020 10:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক ছেল্যুট জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে আমাৰ চিকিৎসক-ব্যতিক্ৰমী পৰিচৰ্যাকাৰীসকলক ছেল্যুট জনাইছে, যিসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এক উদ্যমেৰে আগশাৰাৰীত থিয় দিছে৷ চিকিৎসক দিৱস, ২০২০৷”
***
VRRK/SH/DB