প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক ছেল্যুট প্ৰধানমন্ত্ৰীৰ
Posted On:
01 JUL 2020 10:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসক দিৱস উপলক্ষে চিকিৎসকসকলক ছেল্যুট জনাইছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে আমাৰ চিকিৎসক-ব্যতিক্ৰমী পৰিচৰ্যাকাৰীসকলক ছেল্যুট জনাইছে, যিসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত এক উদ্যমেৰে আগশাৰাৰীত থিয় দিছে৷ চিকিৎসক দিৱস, ২০২০৷”
***
VRRK/SH/DB
(Release ID: 1635665)
Visitor Counter : 184
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam