প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 23 JUN 2020 10:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ভগৱান জগন্নাথৰ ৰথ যাত্ৰাৰ পবিত্ৰ ক্ষণ উপলক্ষে আপোনালোক সকলোকে মোৰ আন্তৰিক শুভকামনা জনাইছো৷ মই আশা কৰো যে শ্ৰদ্ধা আৰু ভক্তিৰে পূৰ্ণ এই যাত্ৰাই দেশবাসীৰ জীৱনত সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সু-স্বাস্থ্য কঢ়িয়াই আনিব৷ জয় জগন্নাথ৷

***

VRRK/SH/DB



(Release ID: 1633736) Visitor Counter : 150