প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 30 MAY 2020 1:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, গোৱাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছো৷ মনোৰম সৌন্দৰ্যৰে ভৰপুৰ গোৱাৰ লোকসকলো অতি আন্তৰিকতাপূৰ্ণ৷ ভাৰতৰ উন্নয়নত ৰাজ্যখনৰ যথেষ্ট অৱদান আছে৷ অহা বছৰসমূহত গোৱাৰ প্ৰগতি অব্যাহত থাকক, তাৰ বাবে প্ৰাৰ্থনা জনালো৷

***

VRRK/SH/DB



(Release ID: 1628437) Visitor Counter : 153